বিখ্যাত গণিতজ্ঞ কে? ...

একজন গণিতবিদ বা গণিতজ্ঞ হলেন গণিত বিষয়ক ব্যাপক জ্ঞান সম্বলিত ব্যক্তি, যিনি সাধারণত গাণিতিক সমস্যার সমাধানের কাজে তাঁর এই জ্ঞান ব্যবহার করে থাকেন। গণিত সংখ্যা, তথ্য, সংগ্রহ, পরিমাণ, গঠন, স্থান, এবং পরিবর্তনের সাথে সংশ্লিষ্ট হয়। বিবিখ্যাত গণিতজ্ঞ 1) আর্কিমিডিস বিখ্যাত গণিতজ্ঞ v2) আর্যভট্ট বিখ্যাত গণিতজ্ঞ 3) আল খোয়ারিজমি বিখ্যাত গণিতজ্ঞ 4) আবু রায়হান আল বিরুনি বিখ্যাত গণিতজ্ঞ 5) এট্‌সখার ডেইক্‌স্ট্রা বিখ্যাত গণিতজ্ঞ 6) এডওয়ার্ড উইটেন বিখ্যাত গণিতজ্ঞ 7) এভারিস্ত গালোয়া বিখ্যাত গণিতজ্ঞ 8) এমিল আর্টিন
Romanized Version
একজন গণিতবিদ বা গণিতজ্ঞ হলেন গণিত বিষয়ক ব্যাপক জ্ঞান সম্বলিত ব্যক্তি, যিনি সাধারণত গাণিতিক সমস্যার সমাধানের কাজে তাঁর এই জ্ঞান ব্যবহার করে থাকেন। গণিত সংখ্যা, তথ্য, সংগ্রহ, পরিমাণ, গঠন, স্থান, এবং পরিবর্তনের সাথে সংশ্লিষ্ট হয়। বিবিখ্যাত গণিতজ্ঞ 1) আর্কিমিডিস বিখ্যাত গণিতজ্ঞ v2) আর্যভট্ট বিখ্যাত গণিতজ্ঞ 3) আল খোয়ারিজমি বিখ্যাত গণিতজ্ঞ 4) আবু রায়হান আল বিরুনি বিখ্যাত গণিতজ্ঞ 5) এট্‌সখার ডেইক্‌স্ট্রা বিখ্যাত গণিতজ্ঞ 6) এডওয়ার্ড উইটেন বিখ্যাত গণিতজ্ঞ 7) এভারিস্ত গালোয়া বিখ্যাত গণিতজ্ঞ 8) এমিল আর্টিন Ekajan Ganitbid Ba Ganitagya Halen Ganit Bishayak Byapak Gyan Sambalit Byakti Jini Sadharanat Ganitik Samasyar Samadhaner Kaje Tanr AE Gyan Byabahar Kare Thaken Ganit Sankhya Tathya Sangrah Pariman Gathan Sthan Evan Paribartaner Sathe Sangshlishta Hay Bibikhyat Ganitagya 1) Arkimidis Bikhyat Ganitagya V2) Aryabhatta Bikhyat Ganitagya 3) Al Khwarijmi Bikhyat Ganitagya 4) Abu Rayhan Al Biruni Bikhyat Ganitagya 5) Et‌sakhar Deik‌stra Bikhyat Ganitagya 6) Edward Uiten Bikhyat Ganitagya 7) Ebharista Galwa Bikhyat Ganitagya 8) Emil Artin
Likes  0  Dislikes
WhatsApp_icon
500000+ दिलचस्प सवाल जवाब सुनिये 😊

Similar Questions

More Answers


বিখ্যাত গণিতজ্ঞ আৰ্যভট্ট (দেৱনাগৰী: आर्यभट) (৪৭৬ – ৫৫০)[1][2] প্ৰাচীন ভাৰতৰ সকলোতকৈ বিখ্যাত গণিতজ্ঞসকলৰ মাজৰ এজন। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহৰ নাম তেওঁৰ নামেৰে "আৰ্যভট্ট" ৰখা হয়। গণিতত আৰ্যভট্টৰ অৱদান সম্পাদনা কৰক দশমিক সংখ্যা পদ্ধতি আৰু শূন্য সম্পাদনা কৰক আৰ্যভট্টৰ কৰ্মৰাজিত দশমিক সংখ্যা পদ্ধতিৰ পূৰ্ণ ব্যৱহাৰ পোৱা যায়। আৰ্যভট্টই অৱশ্যে তেওঁৰ লিখনিত প্ৰচলিত ব্ৰাহ্মী লিপি ব্যবহাৰ কৰিছিল। পদবাচ্যৰ আকাৰত গ্ৰন্থ ৰচনা কৰি সংখ্যা উপস্থাপনৰ এক নিজস্ব পদ্ধতি তেওঁ তৈয়াৰ কৰিছিল। তাত সংখ্যাক শব্দৰ আকাৰত উপস্থাপন কৰা হৈছিল। ব্যঞ্জনবৰ্ণবিলাকক তেওঁ ব্যবহাৰ কৰিছিল বিভিন্ন অংক হিচাপে আৰু স্বৰবৰ্ণবিলাকৰ সহায়ত বুজাই দিছিল যে কোনটো অংক কোন অৱস্থানত আছে। সেই দিশৰ পৰা তেওঁৰ দ্বাৰা ব্যৱহৃত দশমিক সংখ্যা ব্যবস্থা ঠিক আজিকালিৰ দশমিক সংখ্যা ব্যবস্থাৰ নিচিনা নহয়, কেৱল পদ্ধতিগত বিবেচনাতহে আজিকালিৰ দশমিক সংখ্যাৰ লগত সামঞ্জস্যপূৰ্ণ। তেওঁৰ দশমিক সংখ্যা পদ্ধতিত শূন্য আছিল নে নাই সেই বিষয়ে দ্বিমত আছে। শূন্যৰ সমতুল্য এটা ধাৰণা তেওঁৰ কৰ্মত আছিল, সেইটোক কোৱা হৈছিল ‘খ’ (শূন্যতা অৰ্থত)। ‘খ’ ৰ ধাৰণাটো কোনো অংক হিচাপে আছিল নে শূন্যস্থান জ্ঞাপক চিহ্ন হিচাপে আছিল সেই লৈ বিতৰ্ক আছে। প্ৰচলিত কিতাপবোৰত সেইটোক শূন্যস্থান জ্ঞাপক চিহ্ন হিচাপে চিহ্নিত কৰা হৈছে, যদিও Georges Ifrahএ দাবী কৰিছিল যে আৰ্যভট্টই পৰোক্ষভাৱে সেইটোক এটা দশমিক অংক হিচাপেই ব্যবহাৰ কৰিছিল। দশমিক পদ্ধতি ব্যৱহাৰ কৰি তেৱেঁই প্ৰথম পূৰ্ণাঙ্গ গাণিতিক প্ৰক্ৰিয়া বৰ্ণনা কৰিছিল, ইয়াৰ ভিতৰত আছিল সংখ্যাৰ বৰ্গমূল আৰু ঘনমূল নিৰ্ণয়। এয়াই আছিল দশমিক সংখ্যা ব্যৱস্থাক পূৰ্ণাঙ্গৰূপত স্থাপিত কৰাৰ বাবে সকলোতকৈ বেছি জৰুৰী, কাৰণ স্থানাঙ্ক ব্যৱস্থাত সংখ্যাৰ উপস্থাপন বিভিন্ন সময়ত বিভিন্ন সভ্যতাত ব্যৱহাৰ কৰা হৈছিল যদিও স্থানাঙ্ক ব্যৱস্থাত গাণিতিক প্ৰক্ৰিয়াবোৰৰ ব্যবহাৰ প্ৰতিষ্ঠা কৰা হোৱা নাছিল, গতিকে ইয়াৰ পদ্ধতিগত উপযোগিতা সম্পূৰ্ণৰূপে অনুধাবিত হোৱা নাছিল। সেই সময়ত সবাতোকৈ জৰুৰী আছিল দশমিক পদ্ধতি ব্যবহাৰ কৰি পদ্ধতিগত সাধাৰণীকৰণ নিশ্চিত কৰা, যিটো সৰ্বপ্ৰথম কৰিছিল আৰ্যভট্টই। সেইবাবে তেৱেঁই পূৰ্ণাঙ্গ দশমিক সংখ্যা পদ্ধতি প্ৰৱৰ্তনৰ কৃতিত্বৰ দাবীদাৰ। ত্ৰিকোণমিতি সম্পাদনা কৰক আৰ্যভট্টৰ দ্বিতীয় গুৰুত্বপূৰ্ণ গাণিতিক অৱদান হৈছে আধুনিক ত্ৰিকোণমিতিৰ সূত্ৰপাত কৰা। ত্ৰিকোণমিতিৰ ব্যবহাৰৰ ক্ষেত্ৰত আৰ্যভট্টই ছাইন, ভাৰছাইন (Versine = 1 - Cosine), বিপৰীত ছাইনৰ ব্যৱহাৰ কৰিছিল। সূৰ্য সিদ্ধান্তত এই সংক্ৰান্তত কিছু কথা থাকিলেও আৰ্যভট্টৰ কৰ্মত ইয়াৰ পূৰ্ণাঙ্গ বিবৰণ পোৱা যায়। ছাইন ফলনৰ বা যুগ্ম আৰু অৰ্ধ কোণৰ সূত্ৰবিলাক তেওঁ জানিছিল বুলি ধাৰণা কৰা হয়। আৰ্যভট্টই ব্যবহাৰ কৰা গুৰুত্বপূৰ্ণ ত্ৰিকোণমিতিক সম্পৰ্কবিলাকৰ এটা হʼল- sin (n+1)x ক sin x আৰু sin (n-1)x অৰ সহায়ত প্ৰকাশ কৰা। আৰ্যভট্টই এখন ছাইন তালিকা তৈয়াৰ কৰিছিল, যʼত 3 ডিগ্ৰী 45 মিনিট পাৰ্থক্যত 90 ডিগ্ৰী পৰ্যন্ত ছাইন আৰু ভাৰছাইনৰ মান উল্লেখ কৰা হৈছিল। তেওঁ ব্যৱহাৰ কৰা এই সূত্ৰটোৰ দ্বাৰা খুব সহজতেই এই ছাইন তালিকাখন recursively তৈয়াৰ কৰি পেলোৱাটো সম্ভৱ। সেই সূত্ৰটো হʼল- sin (n + 1) x - sin nx = sin nx - sin (n - 1) x - (1/225)sin nx আৰ্যভট্টই তৈয়াৰ কৰা ছাইন তালিকাখন ইয়াত উল্লেখ কৰা হʼল। আৰ্যভট্টই তেওঁৰ ছাইন তালিকাত sinθ ৰ সলনি Rsinθ ব্যবহাৰ কৰিছিল। ইয়াত R অৰ দ্বাৰা এক নিৰ্দিষ্ট বৃত্তৰ ব্যাসাৰ্ধ বুজোৱা হৈছে। আৰ্যভট্টই এই ব্যাসাৰ্ধৰ মান ব্যবহাৰ কৰিছিল 3438, ইয়াৰ সাম্ভাব্য কাৰণ হʼব পাৰে যে আৰ্যভট্টই এক মিনিট পৰিমাণ কোণৰ বাবে একক ব্যাসাৰ্ধৰ বৃত্তত বৃত্তচাপৰ দৈৰ্ঘ্যকে এক একক হিচাপে ধৰি লৈছিল। এটা বৃত্তৰ সম্পূৰ্ণ পৰিধিয়ে তাৰ কেন্দ্ৰত (360 × 60) = 21600 মিনিট কোণ ধাৰণ কৰে। সেই হিচাপত বৃত্তৰ পৰিধি হʼল 21600 একক আৰু সেই বৃত্তৰ ব্যাসাৰ্ধ হʼব 21600/2π, আৰ্যভট্টৰ হিচাপত পোৱা π = 3.1416 ব্যবহাৰ কৰিলে ব্যাসাৰ্ধৰ মান প্ৰায় 3438 হয়।
Romanized Version
বিখ্যাত গণিতজ্ঞ আৰ্যভট্ট (দেৱনাগৰী: आर्यभट) (৪৭৬ – ৫৫০)[1][2] প্ৰাচীন ভাৰতৰ সকলোতকৈ বিখ্যাত গণিতজ্ঞসকলৰ মাজৰ এজন। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহৰ নাম তেওঁৰ নামেৰে "আৰ্যভট্ট" ৰখা হয়। গণিতত আৰ্যভট্টৰ অৱদান সম্পাদনা কৰক দশমিক সংখ্যা পদ্ধতি আৰু শূন্য সম্পাদনা কৰক আৰ্যভট্টৰ কৰ্মৰাজিত দশমিক সংখ্যা পদ্ধতিৰ পূৰ্ণ ব্যৱহাৰ পোৱা যায়। আৰ্যভট্টই অৱশ্যে তেওঁৰ লিখনিত প্ৰচলিত ব্ৰাহ্মী লিপি ব্যবহাৰ কৰিছিল। পদবাচ্যৰ আকাৰত গ্ৰন্থ ৰচনা কৰি সংখ্যা উপস্থাপনৰ এক নিজস্ব পদ্ধতি তেওঁ তৈয়াৰ কৰিছিল। তাত সংখ্যাক শব্দৰ আকাৰত উপস্থাপন কৰা হৈছিল। ব্যঞ্জনবৰ্ণবিলাকক তেওঁ ব্যবহাৰ কৰিছিল বিভিন্ন অংক হিচাপে আৰু স্বৰবৰ্ণবিলাকৰ সহায়ত বুজাই দিছিল যে কোনটো অংক কোন অৱস্থানত আছে। সেই দিশৰ পৰা তেওঁৰ দ্বাৰা ব্যৱহৃত দশমিক সংখ্যা ব্যবস্থা ঠিক আজিকালিৰ দশমিক সংখ্যা ব্যবস্থাৰ নিচিনা নহয়, কেৱল পদ্ধতিগত বিবেচনাতহে আজিকালিৰ দশমিক সংখ্যাৰ লগত সামঞ্জস্যপূৰ্ণ। তেওঁৰ দশমিক সংখ্যা পদ্ধতিত শূন্য আছিল নে নাই সেই বিষয়ে দ্বিমত আছে। শূন্যৰ সমতুল্য এটা ধাৰণা তেওঁৰ কৰ্মত আছিল, সেইটোক কোৱা হৈছিল ‘খ’ (শূন্যতা অৰ্থত)। ‘খ’ ৰ ধাৰণাটো কোনো অংক হিচাপে আছিল নে শূন্যস্থান জ্ঞাপক চিহ্ন হিচাপে আছিল সেই লৈ বিতৰ্ক আছে। প্ৰচলিত কিতাপবোৰত সেইটোক শূন্যস্থান জ্ঞাপক চিহ্ন হিচাপে চিহ্নিত কৰা হৈছে, যদিও Georges Ifrahএ দাবী কৰিছিল যে আৰ্যভট্টই পৰোক্ষভাৱে সেইটোক এটা দশমিক অংক হিচাপেই ব্যবহাৰ কৰিছিল। দশমিক পদ্ধতি ব্যৱহাৰ কৰি তেৱেঁই প্ৰথম পূৰ্ণাঙ্গ গাণিতিক প্ৰক্ৰিয়া বৰ্ণনা কৰিছিল, ইয়াৰ ভিতৰত আছিল সংখ্যাৰ বৰ্গমূল আৰু ঘনমূল নিৰ্ণয়। এয়াই আছিল দশমিক সংখ্যা ব্যৱস্থাক পূৰ্ণাঙ্গৰূপত স্থাপিত কৰাৰ বাবে সকলোতকৈ বেছি জৰুৰী, কাৰণ স্থানাঙ্ক ব্যৱস্থাত সংখ্যাৰ উপস্থাপন বিভিন্ন সময়ত বিভিন্ন সভ্যতাত ব্যৱহাৰ কৰা হৈছিল যদিও স্থানাঙ্ক ব্যৱস্থাত গাণিতিক প্ৰক্ৰিয়াবোৰৰ ব্যবহাৰ প্ৰতিষ্ঠা কৰা হোৱা নাছিল, গতিকে ইয়াৰ পদ্ধতিগত উপযোগিতা সম্পূৰ্ণৰূপে অনুধাবিত হোৱা নাছিল। সেই সময়ত সবাতোকৈ জৰুৰী আছিল দশমিক পদ্ধতি ব্যবহাৰ কৰি পদ্ধতিগত সাধাৰণীকৰণ নিশ্চিত কৰা, যিটো সৰ্বপ্ৰথম কৰিছিল আৰ্যভট্টই। সেইবাবে তেৱেঁই পূৰ্ণাঙ্গ দশমিক সংখ্যা পদ্ধতি প্ৰৱৰ্তনৰ কৃতিত্বৰ দাবীদাৰ। ত্ৰিকোণমিতি সম্পাদনা কৰক আৰ্যভট্টৰ দ্বিতীয় গুৰুত্বপূৰ্ণ গাণিতিক অৱদান হৈছে আধুনিক ত্ৰিকোণমিতিৰ সূত্ৰপাত কৰা। ত্ৰিকোণমিতিৰ ব্যবহাৰৰ ক্ষেত্ৰত আৰ্যভট্টই ছাইন, ভাৰছাইন (Versine = 1 - Cosine), বিপৰীত ছাইনৰ ব্যৱহাৰ কৰিছিল। সূৰ্য সিদ্ধান্তত এই সংক্ৰান্তত কিছু কথা থাকিলেও আৰ্যভট্টৰ কৰ্মত ইয়াৰ পূৰ্ণাঙ্গ বিবৰণ পোৱা যায়। ছাইন ফলনৰ বা যুগ্ম আৰু অৰ্ধ কোণৰ সূত্ৰবিলাক তেওঁ জানিছিল বুলি ধাৰণা কৰা হয়। আৰ্যভট্টই ব্যবহাৰ কৰা গুৰুত্বপূৰ্ণ ত্ৰিকোণমিতিক সম্পৰ্কবিলাকৰ এটা হʼল- sin (n+1)x ক sin x আৰু sin (n-1)x অৰ সহায়ত প্ৰকাশ কৰা। আৰ্যভট্টই এখন ছাইন তালিকা তৈয়াৰ কৰিছিল, যʼত 3 ডিগ্ৰী 45 মিনিট পাৰ্থক্যত 90 ডিগ্ৰী পৰ্যন্ত ছাইন আৰু ভাৰছাইনৰ মান উল্লেখ কৰা হৈছিল। তেওঁ ব্যৱহাৰ কৰা এই সূত্ৰটোৰ দ্বাৰা খুব সহজতেই এই ছাইন তালিকাখন recursively তৈয়াৰ কৰি পেলোৱাটো সম্ভৱ। সেই সূত্ৰটো হʼল- sin (n + 1) x - sin nx = sin nx - sin (n - 1) x - (1/225)sin nx আৰ্যভট্টই তৈয়াৰ কৰা ছাইন তালিকাখন ইয়াত উল্লেখ কৰা হʼল। আৰ্যভট্টই তেওঁৰ ছাইন তালিকাত sinθ ৰ সলনি Rsinθ ব্যবহাৰ কৰিছিল। ইয়াত R অৰ দ্বাৰা এক নিৰ্দিষ্ট বৃত্তৰ ব্যাসাৰ্ধ বুজোৱা হৈছে। আৰ্যভট্টই এই ব্যাসাৰ্ধৰ মান ব্যবহাৰ কৰিছিল 3438, ইয়াৰ সাম্ভাব্য কাৰণ হʼব পাৰে যে আৰ্যভট্টই এক মিনিট পৰিমাণ কোণৰ বাবে একক ব্যাসাৰ্ধৰ বৃত্তত বৃত্তচাপৰ দৈৰ্ঘ্যকে এক একক হিচাপে ধৰি লৈছিল। এটা বৃত্তৰ সম্পূৰ্ণ পৰিধিয়ে তাৰ কেন্দ্ৰত (360 × 60) = 21600 মিনিট কোণ ধাৰণ কৰে। সেই হিচাপত বৃত্তৰ পৰিধি হʼল 21600 একক আৰু সেই বৃত্তৰ ব্যাসাৰ্ধ হʼব 21600/2π, আৰ্যভট্টৰ হিচাপত পোৱা π = 3.1416 ব্যবহাৰ কৰিলে ব্যাসাৰ্ধৰ মান প্ৰায় 3438 হয়। Bikhyat Ganitagya Arjabhatta Dewnagri Aryabhatt 476 – 550 Prachin Bharatar Sakalotkai Bikhyat Ganitagyasakalar Majuro Ejan Bharatar Pratham Kritrim Upagrahar NAM Teonr Namere Arjabhatta Rakha Hay Ganitat Arjabhattar Awadan Sampadana Krok Dashamik Sankhya Paddhati Aru Shunya Sampadana Krok Arjabhattar Karmarajit Dashamik Sankhya Paddhatir Purna Byawahar Powa Jay Arjabhattai Awashye Teonr Likhnit Prachalit Brahmi Lipi Byabahar Karichhil Padabachyar Akarat Grantha Rachana Kari Sankhya Upasthapanar Ec Nijaswa Paddhati Teon Taiyar Karichhil Tat Sankhyak Shabdar Akarat Upasthapan Korea Haichhil Byanjanabarnabilakak Teon Byabahar Karichhil Bibhinna Ank Hichape Aru Swarabarnabilakar Sahayat Bujai Dichhil Je Konto Ank Koun Awasthanat Ache Sei Dishar Para Teonr Dwara Byawahrit Dashamik Sankhya Byabastha Thik Ajikalir Dashamik Sankhya Byabasthar Nichina Nahay Kewl Paddhatigat Bibechnathe Ajikalir Dashamik Sankhyar Lagat Samanjasyapurna Teonr Dashamik Sankhya Paddhatit Shunya Achhil Noi Nai Sei Bishye Dwimat Ache Shunyar Samatulya Etah Dharna Teonr Karmat Achhil Seitok Kowa Haichhil ‘kho Shunyata Arthat ‘kho Ro Dharnato Kono Ank Hichape Achhil Noi Shunyasthan Gyapak Chihna Hichape Achhil Sei Lai Bitark Ache Prachalit Kitapborat Seitok Shunyasthan Gyapak Chihna Hichape Chihnit Korea Haichhe Jadio Georges A Dabi Karichhil Je Arjabhattai Parokshabhawe Seitok Etah Dashamik Ank Hichapei Byabahar Karichhil Dashamik Paddhati Byawahar Kari Teweni Pratham Purnanga Ganitik Prakriya Barnana Karichhil Iyar Bhitarat Achhil Sankhyar Bargamul Aru Ghanamul Nirnay Eyai Achhil Dashamik Sankhya Byawasthak Purnangarupat Sthapit Karar Babe Sakalotkai Bechhi Jaruri Karan Sthanank Byawasthat Sankhyar Upasthapan Bibhinna Samayat Bibhinna Sabhyatat Byawahar Korea Haichhil Jadio Sthanank Byawasthat Ganitik Prakriyaborar Byabahar Pratishtha Korea Howa Nachhil Gatike Iyar Paddhatigat Upajogita Sampurnarupe Anudhabit Howa Nachhil Sei Samayat Sabatokai Jaruri Achhil Dashamik Paddhati Byabahar Kari Paddhatigat Sadharnikaran Nishchit Korea Jito Sarbapratham Karichhil Arjabhattai Seibabe Teweni Purnanga Dashamik Sankhya Paddhati Prawartanar Krititbar Dabidar Trikonmiti Sampadana Krok Arjabhattar Dwitiya Gurutbapurna Ganitik Awadan Haichhe Adhunik Trikonmitir Sutrapat Korea Trikonmitir Byabaharar Xetrat Arjabhattai Shine Bharchhain (Versine = 1 - Cosine), Biprit Chhainar Byawahar Karichhil Surya Siddhantat AE Sankrantat Kichhu Katha Thakileo Arjabhattar Karmat Iyar Purnanga Bibaran Powa Jay Shine Falanar Ba Jugma Aru Ardha Kunar Sutrabilak Teon Janichhil Bully Dharna Korea Hay Arjabhattai Byabahar Korea Gurutbapurna Trikonmitik Samparkabilakar Etah Hʼl Sin (n+1)x Ca Sin X Aru Sin (n-1)x Or Sahayat Prakash Korea Arjabhattai Ekhan Shine Talika Taiyar Karichhil Jʼt 3 Degree 45 Minute Parthakyat 90 Degree Parjanta Shine Aru Bharchhainar Maan Ullekh Korea Haichhil Teon Byawahar Korea AE Sutrator Dwara Khub Sahajatei AE Shine Talikakhan Recursively Taiyar Kari Pelowato Sambhaw Sei Sutrato Hʼl (n + 1) X - Sin Nx = Sin Nx - Sin (n - 1) X - (1/225)sin Arjabhattai Taiyar Korea Shine Talikakhan Iyat Ullekh Korea Hʼl Arjabhattai Teonr Shine Talikat Θ Ro Saloni Θ Byabahar Karichhil Iyat R Or Dwara Ec Nirdishta Brittar Byasardha Bujowa Haichhe Arjabhattai AE Byasardhar Maan Byabahar Karichhil 3438, Iyar Sambhabya Karan Hʼb Pare Je Arjabhattai Ec Minute Pariman Kunar Babe Ekk Byasardhar Brittat Brittachapar Dairghyake Ec Ekk Hichape Dhari Laichhil Etah Brittar Sampurn Paridhiye Taur Kendrat (360 × 60) = 21600 Minute Koun Dharan Kare Sei Hichapat Brittar Paridhi Hʼl 21600 Ekk Aru Sei Brittar Byasardha Hʼb Π Arjabhattar Hichapat Powa Π = 3.1416 Byabahar Karile Byasardhar Maan Pray 3438 Hay
Likes  0  Dislikes
WhatsApp_icon

Vokal is India's Largest Knowledge Sharing Platform. Send Your Questions to Experts.

Related Searches:Bikhyat Ganitagya K,Who Is The Famous Mathematician?,


vokalandroid