অসমীয়া নীতিশিক্ষা সম্পর্কে আলোচনা কর? ...

বেজবৰুৱাৰ শিশু সাহিত্যত নীতিশিক্ষা আধুনিক অসমীয়া সাহিত্যৰ পিতৃস্বৰুপ, সৰ্বকালৰ এজন শ্ৰেষ্ঠ অসমীয়া সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া নীতিশিক্ষা ৰচনাসমূহৰ মাজৰ অন্যতম উপাদান তেওঁৰ শিশু সাহিত্যসমূহ। অসমীয়া শিশু-ডেকা-বুঢ়া সকলোৰে বাবে সুখপাঠ্য আৰু অতিশয় আকৰ্ষণীয়, সৰল কথনশৈলী, লোকবিশ্বাস, জনজীৱনৰ হাৱ-ভাৱ, ৰসিকতা আদি উপাদানেৰে শিশু সাহিত্য সমৃদ্ধ। সেয়ে পঢ়ুৱৈৰ বাবে অতিশয় মনোগ্ৰাহী আৰু জনপ্ৰিয়। এই সকলো অসমীয়া নীতিশিক্ষা উপাদানৰ উপৰি বেজবৰুৱাৰ শিশু সাহিত্যসমূহত থকা নীতিশিক্ষা বিশেষভাৱে অসমীয়া নীতিশিক্ষা প্ৰণিধানযোগ্য। তেওঁৰ সাধুকথাৰ পুথি ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘জুনুকা’, তত্ত্বমূলক প্ৰবন্ধৰ কিতাপ ‘বাখৰ’, শ্ৰী ভগবৎ কথা’ আৰু কামত কৃতিত্ব লভিবৰ সংকেত মূলতঃ শিশুসকলৰ উদ্দেশ্যি ৰচনা কৰা হৈছে। এই ৰচনাসমূহ ৰসাল, খুহুতীয়াভাৱে শিশুৰ মনোৰঞ্জনৰ প্ৰতি লক্ষ্য ৰাখি ৰচনা কৰা হৈছে যদিও আনফালে শিশু চৰিত্ৰ গঠনৰ প্ৰতি থকা দায়বদ্ধতাকো প্ৰতিফলিত কৰিছে।বন্ধুসকল, শিক্ষক জনে ইচ্ছা কৰি কৰা ভুলৰ এটাৰ সাধাৰণ উদাহৰণেৰে ছাত্ৰ সমাজলৈ ভৱিষ্যতৰ কাৰণে নৈতিক জ্ঞানৰ পথ এটা মুকলি কৰিছে । একো একোজন মহান ব্যক্তিৰ জীৱনটো বা সংগঠনৰ কৰ্ম ক্ষেত্ৰ খনৰো ক’ৰবাত নহয় ক’ৰবাত একো একোটা সামান্য ভুল থাকি যোৱা দেখা যায় আৰু সমালোচক সকলে ইয়াকে ঢৌটোকে ৰৌটো কৰি সমাজত তাল ফাল লগায় । এইটো ঠিক যে সমালোচনাৰ উৰ্দ্ধত কোনো নহয় ।
Romanized Version
বেজবৰুৱাৰ শিশু সাহিত্যত নীতিশিক্ষা আধুনিক অসমীয়া সাহিত্যৰ পিতৃস্বৰুপ, সৰ্বকালৰ এজন শ্ৰেষ্ঠ অসমীয়া সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া নীতিশিক্ষা ৰচনাসমূহৰ মাজৰ অন্যতম উপাদান তেওঁৰ শিশু সাহিত্যসমূহ। অসমীয়া শিশু-ডেকা-বুঢ়া সকলোৰে বাবে সুখপাঠ্য আৰু অতিশয় আকৰ্ষণীয়, সৰল কথনশৈলী, লোকবিশ্বাস, জনজীৱনৰ হাৱ-ভাৱ, ৰসিকতা আদি উপাদানেৰে শিশু সাহিত্য সমৃদ্ধ। সেয়ে পঢ়ুৱৈৰ বাবে অতিশয় মনোগ্ৰাহী আৰু জনপ্ৰিয়। এই সকলো অসমীয়া নীতিশিক্ষা উপাদানৰ উপৰি বেজবৰুৱাৰ শিশু সাহিত্যসমূহত থকা নীতিশিক্ষা বিশেষভাৱে অসমীয়া নীতিশিক্ষা প্ৰণিধানযোগ্য। তেওঁৰ সাধুকথাৰ পুথি ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘জুনুকা’, তত্ত্বমূলক প্ৰবন্ধৰ কিতাপ ‘বাখৰ’, শ্ৰী ভগবৎ কথা’ আৰু কামত কৃতিত্ব লভিবৰ সংকেত মূলতঃ শিশুসকলৰ উদ্দেশ্যি ৰচনা কৰা হৈছে। এই ৰচনাসমূহ ৰসাল, খুহুতীয়াভাৱে শিশুৰ মনোৰঞ্জনৰ প্ৰতি লক্ষ্য ৰাখি ৰচনা কৰা হৈছে যদিও আনফালে শিশু চৰিত্ৰ গঠনৰ প্ৰতি থকা দায়বদ্ধতাকো প্ৰতিফলিত কৰিছে।বন্ধুসকল, শিক্ষক জনে ইচ্ছা কৰি কৰা ভুলৰ এটাৰ সাধাৰণ উদাহৰণেৰে ছাত্ৰ সমাজলৈ ভৱিষ্যতৰ কাৰণে নৈতিক জ্ঞানৰ পথ এটা মুকলি কৰিছে । একো একোজন মহান ব্যক্তিৰ জীৱনটো বা সংগঠনৰ কৰ্ম ক্ষেত্ৰ খনৰো ক’ৰবাত নহয় ক’ৰবাত একো একোটা সামান্য ভুল থাকি যোৱা দেখা যায় আৰু সমালোচক সকলে ইয়াকে ঢৌটোকে ৰৌটো কৰি সমাজত তাল ফাল লগায় । এইটো ঠিক যে সমালোচনাৰ উৰ্দ্ধত কোনো নহয় । Bejabaruwar Sishu Sahityat Nitishiksha Adhunik Asamiya Sahityar Pitriswarup Sarbakalar Ejan Shreshtha Asamiya Sahityik Lakshminath Bejabaruwar Asamiya Nitishiksha Rachanasmuhar Majuro Anyatam Upadan Teonr Sishu Sahityasamuh Asamiya Sishu Deka Budha Sakalore Babe Sukhpathya Aru Atishay Akarshaniya Carl Kathanashaili Lokbishwas Janajiwanar How Bhaw Rasikata Adi Upadanere Sishu Sahitya Samriddha Seye Padhuwair Babe Atishay Manograhi Aru Janapriya AE Sakalo Asamiya Nitishiksha Upadanar Upari Bejabaruwar Sishu Sahityasamuhat Thaka Nitishiksha Bisheshbhawe Asamiya Nitishiksha Pranidhanajogya Teonr Sadhukthar Puthi ‘budhi Air Sadhuo ‘kakadeuta Aru Nati Lorao ‘junukao Tattbamulak Prabandhar Kitap ‘bakharo Sri Bhagabt Kathao Aru Kamat Krititba Labhibar Sanket Mulatah Shishusakalar Uddeshyi Rachana Korea Haichhe AE Rachanasmuh Rasal Khuhutiyabhawe Shishur Manoranjanar Prati Lakshya Rakhi Rachana Korea Haichhe Jadio Anafale Sishu Charitra Gathanar Prati Thaka Dayabaddhatako Pratiflit Karichhe Bandhusakal Shikshak Jane Ichchha Kari Korea Voler Etar Sadharan Udaharanere Chhatra Samajalai Bhawishyatar Karne Naitik Gyanar Path Etah Mukli Karichhe Eko Ekojan Mahan Byaktir Jiwanato Ba Sangathanar Kurma Xetra Khanaro Korabat Nahay Korabat Eko Ekota Samanya Bhool Thaki Jowa Dekha Jay Aru Samalochak Sakale Iyake Dhautoke Rauto Kari Samajat Tal Fal Lagay Eito Thik Je Samalochnar Urddhat Kono Nahay
Likes  0  Dislikes
WhatsApp_icon
500000+ दिलचस्प सवाल जवाब सुनिये 😊

Similar Questions

অন -লাইনে কর পরিশোধ পদ্ধতি উদ্বোধন করলেন প্রধানমন্ত্রী এই সম্পর্কে আলোচনা কর? ...

কর বহির্ভূত আয়ের বেড়াজাল থেকে দেশকে মুক্ত করতে করযোগ্য সব নাগরিককে কর দিতে উদ্বুদ্ধ করার আহ্বান জানিয়েছেন প্রধানমন্ত্রী শেখ হাসিনা। অন কর সেই সঙ্গে রাজস্ব আদায় বৃদ্ধির জন্য কর যোগ্য সব নাগরিককে কর দিতजवाब पढ़िये
ques_icon

More Answers


অসমীয়া নীতিশিক্ষা এই জীৱন বৰ অনুপম কিন্তু ক্ষন্তেকীয়া । যদিও মৃত্যুৰ দৰে অপ্ৰিয় সত্যই আমাক চিৰদিন থাকিবলৈ নিদিয়ে তথাপিও বিনন্দীয়া পৃথিৱীখনৰ মায়াই আমাক দিনে দিনে। অসমীয়া নীতিশিক্ষা । অসমীয়া নীতিশিক্ষা জীৱনজোৰা সুখ !কোনো জীৱন্ত মানুহে তেনে সুখ সহ্য কৰিব নোৱাৰে ৷ এজন মানুহ গোটেই জীৱনজুৰি সুখী হ'বলৈ হ'লে। এই জীৱন বৰ অনুপম কিন্তু ক্ষন্তেকীয়া । অসমীয়া নীতিশিক্ষা যদিও মৃত্যুৰ দৰে অপ্ৰিয় সত্যই আমাক চিৰদিন থাকিবলৈ নিদিয়ে তথাপিও বিনন্দীয়া পৃথিৱীখনৰ মায়াই আমাক দিনে দিনে। আধুনিক অসমীয়া সাহিত্যৰ পিতৃস্বৰুপ, সৰ্বকালৰ এজন শ্ৰেষ্ঠ অসমীয়া সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাসমূহৰ মাজৰ অন্যতম উপাদান তেওঁৰ শিশু সাহিত্যসমূহ অসমীয়া নীতিশিক্ষা ।
Romanized Version
অসমীয়া নীতিশিক্ষা এই জীৱন বৰ অনুপম কিন্তু ক্ষন্তেকীয়া । যদিও মৃত্যুৰ দৰে অপ্ৰিয় সত্যই আমাক চিৰদিন থাকিবলৈ নিদিয়ে তথাপিও বিনন্দীয়া পৃথিৱীখনৰ মায়াই আমাক দিনে দিনে। অসমীয়া নীতিশিক্ষা । অসমীয়া নীতিশিক্ষা জীৱনজোৰা সুখ !কোনো জীৱন্ত মানুহে তেনে সুখ সহ্য কৰিব নোৱাৰে ৷ এজন মানুহ গোটেই জীৱনজুৰি সুখী হ'বলৈ হ'লে। এই জীৱন বৰ অনুপম কিন্তু ক্ষন্তেকীয়া । অসমীয়া নীতিশিক্ষা যদিও মৃত্যুৰ দৰে অপ্ৰিয় সত্যই আমাক চিৰদিন থাকিবলৈ নিদিয়ে তথাপিও বিনন্দীয়া পৃথিৱীখনৰ মায়াই আমাক দিনে দিনে। আধুনিক অসমীয়া সাহিত্যৰ পিতৃস্বৰুপ, সৰ্বকালৰ এজন শ্ৰেষ্ঠ অসমীয়া সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাসমূহৰ মাজৰ অন্যতম উপাদান তেওঁৰ শিশু সাহিত্যসমূহ অসমীয়া নীতিশিক্ষা । Asamiya Nitishiksha AE Jeevan Bar Anupam Kintu Xantekiya Jadio Mrityur Dare Apriya Satyai Amak Chirdin Thakibalai Nidiye Tathapio Binandiya Prithiwikhanar Mayai Amak Dine Dine Asamiya Nitishiksha Asamiya Nitishiksha Jiwanajora Sukh Kono Jiwanta Manuhe Tene Sukh Sahya Qarib Noware R Ejan Manuh Gotei Jiwanajuri Sukhi H Balai H Le AE Jeevan Bar Anupam Kintu Xantekiya Asamiya Nitishiksha Jadio Mrityur Dare Apriya Satyai Amak Chirdin Thakibalai Nidiye Tathapio Binandiya Prithiwikhanar Mayai Amak Dine Dine Adhunik Asamiya Sahityar Pitriswarup Sarbakalar Ejan Shreshtha Asamiya Sahityik Lakshminath Bejabaruwar Rachanasmuhar Majuro Anyatam Upadan Teonr Sishu Sahityasamuh Asamiya Nitishiksha
Likes  0  Dislikes
WhatsApp_icon

Vokal is India's Largest Knowledge Sharing Platform. Send Your Questions to Experts.

Related Searches:Asamiya Nitishiksha Somporke Alochana Kor ,Talk About Untouchability Policy?,


vokalandroid