বিজ্ঞান আৰু সমাজ ...

বিজ্ঞান আৰু সমাজ এগৰাকী জীৱনীকাৰে নবেল বঁটা বিজয়ী বিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ জীৱনী আৰম্ভ কৰিছে বিজ্ঞানীজনাই ন'বেল বঁটা গ্ৰহণ কৰোঁতে দিয়া ভাষণৰ অন্তত কোৱা এই বাক্যটিৰে "সত্যৰ মোহৰ হ'ল সৰলতা, সত্যৰ জ্যোতি হ'ল সৌন্দৰ্য"। সৰলতা আৰু জ্যোতি এই দুটাই হ'ল বৈজ্ঞানিক তথ্য তথা বিজ্ঞানীৰ বাবে মোহৰ।মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰাই বিজ্ঞানে মানুহক প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ শিকোৱাৰ লগতে নানা ধৰণৰ প্ৰতিকূল পৰিস্থিতিক বশ কৰি নিজৰ জীৱন ধাৰণ প্ৰণালী উন্নত আৰু সহজসাধ্য কৰি তোলাত সহায় কৰি আহিছে। কিন্তু তথাপি যেন কোনোবাখিনিত বিজ্ঞানৰ প্ৰকৃত অৰ্থ আমি বুজি পোৱা নাই - আমাৰ সমাজত প্ৰচলিত নানা কু-সংস্কাৰ আৰু অ-বৈজ্ঞানিক ৰীতি-নীতিয়েই তাৰ ইংগিত বহন কৰে। সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষ তথা অসমত বিজ্ঞানৰ প্ৰভাৱ সম্পৰ্কে অলপ বিশ্লেষণ কৰিলেই এই কথা জলজল পতপতকৈ ওলাই পৰে। এই যে বিজ্ঞানে মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই, কিয় বাৰু?শেহতীয়াকৈ ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ সন্মানীয় মন্ত্ৰী হৰ্ষ বৰ্ধন ডাঙৰীয়াই মহান বিজ্ঞানী ষ্টিফেন হকিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে আমাৰ হিন্দু ধৰ্মৰ বেদসমূহত এলবাৰ্ট আইনষ্টাইনৰ যুগান্তকাৰী আপেক্ষিকতাবাদৰ তত্বতকৈও শ্ৰেষ্ঠ বৈজ্ঞানিক তত্ব আছে বুলি বিজ্ঞানী হকিঙে কৈছিল। এই বিবৃতিটো সম্পূৰ্ণৰূপে ভুল আৰু যুক্তিহীন। বেদসমূহত আমাৰ সমাজ জীৱনত প্ৰয়োজন হোৱা বহুতো মূল্যবান জীৱন দৰ্শন মনীষীসকলে লিপিবদ্ধ কৰি থৈ গৈছে। কিন্তু সেইসমূহৰ লগত বৈজ্ঞানিক তত্বৰ কোনোধৰণৰ সম্পৰ্ক নাই। গতিকে এনে ধৰণৰ কিছুমান অবান্তৰ আৰু জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰা বিবৃতি যদি স্বয়ং বিজ্ঞান-মন্ত্ৰীজনেই প্ৰকাশ কৰে তেতিয়াহ'লে আমি দেশখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত চহকী হোৱাৰ আশা কেনেদৰে কৰিব পাৰো? ইয়াৰ উপৰি ত্ৰিপুৰাৰ তদানীন্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ কিছু ভাষ্যটো আমি এনে কিছুমান অহৌবলিয়া দিশ প্ৰত্যক্ষ কৰিছো যিয়ে সত্য প্ৰতিষ্ঠা কৰাত এক ভাবুকি কঢ়িয়াই আনিছে। সেই অৰ্থে আমাৰ প্ৰতিনিধিসকলে বিজ্ঞানৰ প্ৰকৃত অৰ্থ আৰু গুণাগুণ সম্পৰ্কে অধ্যয়ন কৰি সমাজত বিজ্ঞানৰ জৰিয়তে এক উন্নয়নৰ বাৰ্তা কঢ়িয়াব বুলি আশা ৰাখিছো।আমাৰ শিক্ষা ব্যৱস্থাটোৰ বাবেই হওঁক বা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ অনিচ্ছাৰ বাবেই হওঁক, বৰ্তমান সময়ত বিজ্ঞান-শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তেনেই তাকৰ। সৰহ সংখ্যকেই ইঞ্জিনিয়াৰিং আৰু মেডিকেলক সোণৰ কণী পৰা হাঁহ বুলি ধৰি লৈ অহৰহ তাৰ পাছত দৌৰিছে। আকৌ, মৌলিক বিজ্ঞান পঢ়াসকলৰো প্ৰায়ভাগে কেৱল পঢ়িব লাগে কাৰণেই অধ্যয়ন কৰিছে যেন অনুভৱ হয়। এই ধৰণৰ কাৰ্যই বিজ্ঞানৰ জৰিয়তে সত্যৰ সন্ধান কৰাৰ পৰা আমাক বঞ্চিত কৰিছে।সাধাৰণতে, বিজ্ঞানী বা যিকোনো ধৰণৰ শিক্ষামূলক কাৰ্যত জড়িত হৈ থকা সাধক সকলৰ জনপ্ৰিয়তা (?) কম। অসমত ড৹ জিতেন্দ্ৰ নাথ গোস্বামীতকৈ শিলাদিত্য দেৱক মানুহে বেছিকৈ চিনি পায়। এনে ধৰণৰ কথাই সমাজখনত এক বিষাক্ত আৰু ঋণাত্মক পৰিৱেশ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সত্য প্ৰতিষ্ঠা কৰাত অহৰহ ব্ৰতী হৈ থকা জ্ঞানীসকলক সমাজৰ মাজত চিনাকি কৰাই দিয়াৰ দায়িত্বও সংবাদ মাধ্যমৰে। এনে কৰিলে জনসাধাৰণে এইসকল ব্যক্তিৰ সংগ্ৰাম আৰু অসীম জীৱনী শক্তিৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু এনেদৰেই এক সুস্থ-সৱল জনমত সৃষ্টি কৰিব পৰা যাব।বিজ্ঞানক মানুহৰ মাজলৈ লৈ যাব পৰা আন এক মাধ্যম হৈছে সাহিত্য, যাৰ দ্বাৰা সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ আদি আমি সম্পূৰ্ণৰূপে বিনাশ কৰিব পাৰিম। অসমীয়া সাহিত্যত সৌৰভ কুমাৰ চলিহা, দীনেশ চন্দ্ৰ গোস্বামী, দিলীপ কুমাৰ চৌধুৰী, ড৹ শিৱনাথ বৰ্মন, বন্দিতা ফুকন আদি বৰেণ্য ব্যক্তিসকলে নানা সময়ত সাহিত্যৰ জৰিয়তে বিজ্ঞানক জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ অহৰহ চেষ্টা কৰি আহিছে/আহিছিল। এতিয়া আমাক 'অশান্ত ইলেক্ট্ৰন'ৰ দৰে আৰু অধিক গল্পৰ প্ৰয়োজন। আৰু বহুতো সৌৰভ কুমাৰ চলিহাৰ প্ৰয়োজন। প্ৰকৃততে বিজ্ঞান, এই বিষয়টো আচহুৱা যেন লাগিলেও ই এক প্ৰকাৰৰ বস্তুধৰ্মী সাহিত্য। কিয়নো ইয়াৰ লীলাক্ষেত্ৰ হ'ল বস্তুজগত। গতিকে শেষত ক'ব পাৰি যে বিজ্ঞান হৈছে আনন্দদায়ক বৌদ্ধিক অনুসন্ধিৎসাৰ পৰা উৰ্ধত তন্ময় সাহিত্য।বিজ্ঞানৰ কথা লিখিব বিচাৰিলেই তাত আন এটা দিশ সাঙোৰ খাই পৰে, সেইটো হৈছে ধৰ্ম। বিজ্ঞান সম্পূৰ্ণ দৰ্শনপূৰ্ণ, আনহাতে ধৰ্ম নীতি-নিয়মপূৰ্ণ। আমাৰ সমাজত ধৰ্মৰ ধাৰণাই যেনেকৈ আমাৰ মন-মানসত কিছু ঠাই অধিকাৰ কৰে, বিজ্ঞানৰ ধাৰণা বা বৈজ্ঞানিক মানসিকতাই খুব কম ঠাইহে অধিকাৰ কৰে। এই ক্ষেত্ৰত অজ্ঞতা আৰু অধ্যয়নহীনতাও কাৰক হ'ব পাৰে৷ মাৰ্ক্সবাদী বিজ্ঞানীসকলে বুলি কয়। অৰ্থাৎ শক্তিহীন অৱস্থা বা দুৰ্বল অৱস্থা বা অচল অৱস্থা এটাৰ শক্তি হ'ল ধৰ্ম।
Romanized Version
বিজ্ঞান আৰু সমাজ এগৰাকী জীৱনীকাৰে নবেল বঁটা বিজয়ী বিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ জীৱনী আৰম্ভ কৰিছে বিজ্ঞানীজনাই ন'বেল বঁটা গ্ৰহণ কৰোঁতে দিয়া ভাষণৰ অন্তত কোৱা এই বাক্যটিৰে "সত্যৰ মোহৰ হ'ল সৰলতা, সত্যৰ জ্যোতি হ'ল সৌন্দৰ্য"। সৰলতা আৰু জ্যোতি এই দুটাই হ'ল বৈজ্ঞানিক তথ্য তথা বিজ্ঞানীৰ বাবে মোহৰ।মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰাই বিজ্ঞানে মানুহক প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ শিকোৱাৰ লগতে নানা ধৰণৰ প্ৰতিকূল পৰিস্থিতিক বশ কৰি নিজৰ জীৱন ধাৰণ প্ৰণালী উন্নত আৰু সহজসাধ্য কৰি তোলাত সহায় কৰি আহিছে। কিন্তু তথাপি যেন কোনোবাখিনিত বিজ্ঞানৰ প্ৰকৃত অৰ্থ আমি বুজি পোৱা নাই - আমাৰ সমাজত প্ৰচলিত নানা কু-সংস্কাৰ আৰু অ-বৈজ্ঞানিক ৰীতি-নীতিয়েই তাৰ ইংগিত বহন কৰে। সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষ তথা অসমত বিজ্ঞানৰ প্ৰভাৱ সম্পৰ্কে অলপ বিশ্লেষণ কৰিলেই এই কথা জলজল পতপতকৈ ওলাই পৰে। এই যে বিজ্ঞানে মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই, কিয় বাৰু?শেহতীয়াকৈ ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ সন্মানীয় মন্ত্ৰী হৰ্ষ বৰ্ধন ডাঙৰীয়াই মহান বিজ্ঞানী ষ্টিফেন হকিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে আমাৰ হিন্দু ধৰ্মৰ বেদসমূহত এলবাৰ্ট আইনষ্টাইনৰ যুগান্তকাৰী আপেক্ষিকতাবাদৰ তত্বতকৈও শ্ৰেষ্ঠ বৈজ্ঞানিক তত্ব আছে বুলি বিজ্ঞানী হকিঙে কৈছিল। এই বিবৃতিটো সম্পূৰ্ণৰূপে ভুল আৰু যুক্তিহীন। বেদসমূহত আমাৰ সমাজ জীৱনত প্ৰয়োজন হোৱা বহুতো মূল্যবান জীৱন দৰ্শন মনীষীসকলে লিপিবদ্ধ কৰি থৈ গৈছে। কিন্তু সেইসমূহৰ লগত বৈজ্ঞানিক তত্বৰ কোনোধৰণৰ সম্পৰ্ক নাই। গতিকে এনে ধৰণৰ কিছুমান অবান্তৰ আৰু জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰা বিবৃতি যদি স্বয়ং বিজ্ঞান-মন্ত্ৰীজনেই প্ৰকাশ কৰে তেতিয়াহ'লে আমি দেশখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত চহকী হোৱাৰ আশা কেনেদৰে কৰিব পাৰো? ইয়াৰ উপৰি ত্ৰিপুৰাৰ তদানীন্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ কিছু ভাষ্যটো আমি এনে কিছুমান অহৌবলিয়া দিশ প্ৰত্যক্ষ কৰিছো যিয়ে সত্য প্ৰতিষ্ঠা কৰাত এক ভাবুকি কঢ়িয়াই আনিছে। সেই অৰ্থে আমাৰ প্ৰতিনিধিসকলে বিজ্ঞানৰ প্ৰকৃত অৰ্থ আৰু গুণাগুণ সম্পৰ্কে অধ্যয়ন কৰি সমাজত বিজ্ঞানৰ জৰিয়তে এক উন্নয়নৰ বাৰ্তা কঢ়িয়াব বুলি আশা ৰাখিছো।আমাৰ শিক্ষা ব্যৱস্থাটোৰ বাবেই হওঁক বা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ অনিচ্ছাৰ বাবেই হওঁক, বৰ্তমান সময়ত বিজ্ঞান-শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তেনেই তাকৰ। সৰহ সংখ্যকেই ইঞ্জিনিয়াৰিং আৰু মেডিকেলক সোণৰ কণী পৰা হাঁহ বুলি ধৰি লৈ অহৰহ তাৰ পাছত দৌৰিছে। আকৌ, মৌলিক বিজ্ঞান পঢ়াসকলৰো প্ৰায়ভাগে কেৱল পঢ়িব লাগে কাৰণেই অধ্যয়ন কৰিছে যেন অনুভৱ হয়। এই ধৰণৰ কাৰ্যই বিজ্ঞানৰ জৰিয়তে সত্যৰ সন্ধান কৰাৰ পৰা আমাক বঞ্চিত কৰিছে।সাধাৰণতে, বিজ্ঞানী বা যিকোনো ধৰণৰ শিক্ষামূলক কাৰ্যত জড়িত হৈ থকা সাধক সকলৰ জনপ্ৰিয়তা (?) কম। অসমত ড৹ জিতেন্দ্ৰ নাথ গোস্বামীতকৈ শিলাদিত্য দেৱক মানুহে বেছিকৈ চিনি পায়। এনে ধৰণৰ কথাই সমাজখনত এক বিষাক্ত আৰু ঋণাত্মক পৰিৱেশ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সত্য প্ৰতিষ্ঠা কৰাত অহৰহ ব্ৰতী হৈ থকা জ্ঞানীসকলক সমাজৰ মাজত চিনাকি কৰাই দিয়াৰ দায়িত্বও সংবাদ মাধ্যমৰে। এনে কৰিলে জনসাধাৰণে এইসকল ব্যক্তিৰ সংগ্ৰাম আৰু অসীম জীৱনী শক্তিৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু এনেদৰেই এক সুস্থ-সৱল জনমত সৃষ্টি কৰিব পৰা যাব।বিজ্ঞানক মানুহৰ মাজলৈ লৈ যাব পৰা আন এক মাধ্যম হৈছে সাহিত্য, যাৰ দ্বাৰা সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ আদি আমি সম্পূৰ্ণৰূপে বিনাশ কৰিব পাৰিম। অসমীয়া সাহিত্যত সৌৰভ কুমাৰ চলিহা, দীনেশ চন্দ্ৰ গোস্বামী, দিলীপ কুমাৰ চৌধুৰী, ড৹ শিৱনাথ বৰ্মন, বন্দিতা ফুকন আদি বৰেণ্য ব্যক্তিসকলে নানা সময়ত সাহিত্যৰ জৰিয়তে বিজ্ঞানক জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ অহৰহ চেষ্টা কৰি আহিছে/আহিছিল। এতিয়া আমাক 'অশান্ত ইলেক্ট্ৰন'ৰ দৰে আৰু অধিক গল্পৰ প্ৰয়োজন। আৰু বহুতো সৌৰভ কুমাৰ চলিহাৰ প্ৰয়োজন। প্ৰকৃততে বিজ্ঞান, এই বিষয়টো আচহুৱা যেন লাগিলেও ই এক প্ৰকাৰৰ বস্তুধৰ্মী সাহিত্য। কিয়নো ইয়াৰ লীলাক্ষেত্ৰ হ'ল বস্তুজগত। গতিকে শেষত ক'ব পাৰি যে বিজ্ঞান হৈছে আনন্দদায়ক বৌদ্ধিক অনুসন্ধিৎসাৰ পৰা উৰ্ধত তন্ময় সাহিত্য।বিজ্ঞানৰ কথা লিখিব বিচাৰিলেই তাত আন এটা দিশ সাঙোৰ খাই পৰে, সেইটো হৈছে ধৰ্ম। বিজ্ঞান সম্পূৰ্ণ দৰ্শনপূৰ্ণ, আনহাতে ধৰ্ম নীতি-নিয়মপূৰ্ণ। আমাৰ সমাজত ধৰ্মৰ ধাৰণাই যেনেকৈ আমাৰ মন-মানসত কিছু ঠাই অধিকাৰ কৰে, বিজ্ঞানৰ ধাৰণা বা বৈজ্ঞানিক মানসিকতাই খুব কম ঠাইহে অধিকাৰ কৰে। এই ক্ষেত্ৰত অজ্ঞতা আৰু অধ্যয়নহীনতাও কাৰক হ'ব পাৰে৷ মাৰ্ক্সবাদী বিজ্ঞানীসকলে বুলি কয়। অৰ্থাৎ শক্তিহীন অৱস্থা বা দুৰ্বল অৱস্থা বা অচল অৱস্থা এটাৰ শক্তি হ'ল ধৰ্ম।Bigyan Aru Samaj Egaraki Jiwnikare Nabel Banta Bijyi Bigyani Subrahmanyan Chandrashekharar Jiwni Arambha Karichhe Bigyanijnai Na Vel Banta Grohan Karonte Dia Bhashanar Antat Kowa AE Bakyatire Satyar Mohar H Law Saralata Satyar Jyoti H Law Saundarjya Saralata Aru Jyoti AE Dutai H Law Baigyanik Tathya Tatha Bigyanir Babe Mohar Manaw Sabhyatar Arambhanire Parai Bigyane Manuhak Prakritir Rahasya Bhed Karibalai Shikowar Lagate Nana Dharanar Pratikul Paristhitik Vs Kari Nijar Jeevan Dharan Pranali Unnat Aru Sahajasadhya Kari Tolat Sahai Kari Ahichhe Kintu Tathapi Jen Konobakhinit Bigyanar Prakrit Earth Aami Buji Powa Nai - Amar Samajat Prachalit Nana Ku Sanskar Aru A Baigyanik Riti Nitiyei Taur Ingit Bahan Kare Sampratik Sumit Bharatabarsh Tatha Asamat Bigyanar Prabhaw Samparke Alap Bishleshan Karilei AE Katha Jalajal Patapatakai Olai Pare AE Je Bigyane Manuhar Mont Prabhaw Bistar Karibalai Saksham Howa Nai Kiya Baru Shehtiyakai Bharatar Bigyan Aru Prajuktibidya Daptarar Sanmaniya Mantri Harsha Bardhan Dangriyai Mahan Bigyani Stephen Hakingar Mrityut Souq Prakash Kari Kya Je Amar Hindu Dharmar Bedasamuhat Alberto Ainashtainar Jugantakari Apekshikatabadar Tatbatakaio Shreshtha Baigyanik Tatba Ache Bully Bigyani Hakinge Kaichhil AE Bibritito Sampurnarupe Bhool Aru Juktihin Bedasamuhat Amar Samaj Jiwanat Prayojan Howa Bahuto Mulyaban Jeevan Darshan Manishisakale Lipibaddha Kari Thai Gaichhe Kintu Seisamuhar Lagat Baigyanik Tatbar Konodharanar Sampark Nai Gatike Ene Dharanar Kichhuman Abantar Aru Janasadharanar Majat Bibhrantir Srishti Qarib Para Bibriti Jodi Swayang Bigyan Mantrijanei Prakash Kare Tetiyah Le Aami Deshakhan Bigyan Aru Prajuktibidyar Xetrat Chahaki Howar Asha Kenedare Qarib Paro Ear Upari Tripurar Tadanintan Mukhyamantri Biplaw Kumar Dewar Kichhu Bhashyato Aami Ene Kichhuman Ahaubliya Dish Pratyaksh Karichho Jiye SATHYA Pratishtha Karat Ec Bhabuki Kadhiyai Anichhe Sei Arthe Amar Pratinidhisakale Bigyanar Prakrit Earth Aru Gunagun Samparke Adhyayan Kari Samajat Bigyanar Jariyate Ec Unnayanar Barta Kadhiyab Bully Asha Rakhichho Amar Siksha Byawasthator Babei Hunk Ba Chhatra Chhatri Aru Abhibhawakar Anichchhar Babei Hunk Bartaman Sumit Bigyan Siksha Grohan Qarib Bichra Chhatra Chhatrir Sankhya Tenei Takar Sarah Sankhyakei Engineering Aru Medikelak Sonora Kony Para Hanh Bully Dhari Lai Aharah Taur Pachhat Daurichhe Akau Maulik Bigyan Padhasakalaro Prayabhage Kewl Padhib Lage Karnei Adhyayan Karichhe Jen Anubhaw Hay AE Dharanar Karjai Bigyanar Jariyate Satyar Sandhan Karar Para Amak Banchit Karichhe Sadharanate Bigyani Ba Jikono Dharanar Shikshamulak Karjat Jarit Hai Thaka Sadhak Sakalar Janapriyata (?) Com Asamat Da৹ Jitendra Nath Goswamitkai Shiladitya Dewak Manuhe Bechhikai Cine Pay Ene Dharanar Kathai Samajakhanat Ec Bishakta Aru Rinatmak Pariwesh Srishti Karichhe AE Xetrat Sangbad Madhyamar Ec Gurutbapurna Bhumika Ache SATHYA Pratishtha Karat Aharah Brati Hai Thaka Gyanisakalak Samajar Majat Chinaki Karai There Dayitbao Sangbad Madhyamare Ene Karile Janasadharne Eisakal Byaktir Sangram Aru Ashim Jiwni Shaktir Dwara Prabhawit H B Aru Enedrei Ec Sustha Sawal Janamat Srishti Qarib Para Jab Bigyanak Manuhar Majlai Lai Jab Para An Ec Madhyam Haichhe Sahitya Jar Dwara Samajat Prachalit Andhabishwas Aru Kusanskar Adi Aami Sampurnarupe Binash Qarib Parim Asamiya Sahityat Saurabh Kumar Chaliha Dinesh Chandra Goswami Dilip Kumar Choudhury Da৹ Shiwnath Barman Bandita Phukan Adi Baranya Byaktisakale Nana Sumit Sahityar Jariyate Bigyanak Janasadharanar Majlai Lai Jablai Aharah Cheshta Kari Ahichhe Ahichhil Etiya Amak Ashanta Ilektran Ro Dare Aru Adhik Galpar Prayojan Aru Bahuto Saurabh Kumar Chalihar Prayojan Prakritate Bigyan AE Bishayato Achahuwa Jen Lagileo E Ec Prakarar Bastudharmi Sahitya Kiyno Ear Lilakshetra H Law Bastujagat Gatike Heist Ca B Pari Je Bigyan Haichhe Anandadayak Bauddhik Anusandhitsar Para Urdhat Tanmoy Sahitya Bigyanar Katha Likhib Bicharilei Tat An Etah Dish Sangor Khai Pare Seito Haichhe Dharm Bigyan Sampurn Darshanapurna Anahate Dharm Niti Niyamapurna Amar Samajat Dharmar Dharnai Jenekai Amar Mon Manasat Kichhu Thai Adhikar Kare Bigyanar Dharna Ba Baigyanik Mansiktai Khub Com Thaihe Adhikar Kare AE Xetrat Agyata Aru Adhyayanahintao Karak H B Parer Marksabadi Bigyanisakale Bully Kya Arthat Shaktihin Awastha Ba Durbal Awastha Ba Oslo Awastha Etar Shakti H Law Dharm
Likes  0  Dislikes
WhatsApp_icon
500000+ दिलचस्प सवाल जवाब सुनिये 😊

Similar Questions

More Answers


এগৰাকী জীৱনীকাৰে ন'বেল বঁটা বিজয়ী বিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ জীৱনী আৰম্ভ কৰিছে বিজ্ঞানীজনাই ন'বেল বঁটা গ্ৰহণ কৰোঁতে দিয়া ভাষণৰ অন্তত কোৱা এই বাক্যটিৰে - "সত্যৰ মোহৰ হ'ল সৰলতা, সত্যৰ জ্যোতি হ'ল সৌন্দৰ্য"। সৰলতা আৰু জ্যোতি এই দুটাই হ'ল বৈজ্ঞানিক তথ্য তথা বিজ্ঞানীৰ বাবে মোহৰ। মানৱ সভ্যতাৰ আৰম্ভণিৰে সমাজ পৰাই বিজ্ঞানে মানুহক প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ শিকোৱাৰ লগতে নানা ধৰণৰ প্ৰতিকূল পৰিস্থিতিক বশ কৰি নিজৰ জীৱন ধাৰণ প্ৰণালী উন্নত আৰু সহজসাধ্য কৰি তোলাত সহায় কৰি আহিছে। কিন্তু তথাপি যেন কোনোবাখিনিত বিজ্ঞানৰ প্ৰকৃত অৰ্থ আমি বুজি পোৱা নাই - আমাৰ সমাজত প্ৰচলিত নানা কু-সংস্কাৰ আৰু অ-বৈজ্ঞানিক ৰীতি-নীতিয়েই তাৰ ইংগিত বহন কৰে। সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষ তথা অসমত বিজ্ঞানৰ প্ৰভাৱ সম্পৰ্কে অলপ বিশ্লেষণ কৰিলেই এই কথা জলজল পতপতকৈ ওলাই পৰে। এই যে বিজ্ঞানে মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই, কিয় বাৰু? শেহতীয়াকৈ ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ সন্মানীয় মন্ত্ৰী হৰ্ষ বৰ্ধন ডাঙৰীয়াই মহান বিজ্ঞানী ষ্টিফেন হকিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে আমাৰ হিন্দু ধৰ্মৰ বেদসমূহত এলবাৰ্ট আইনষ্টাইনৰ যুগান্তকাৰী আপেক্ষিকতাবাদৰ তত্বতকৈও শ্ৰেষ্ঠ বৈজ্ঞানিক তত্ব আছে বুলি বিজ্ঞানী হকিঙে কৈছিল।
Romanized Version
এগৰাকী জীৱনীকাৰে ন'বেল বঁটা বিজয়ী বিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ জীৱনী আৰম্ভ কৰিছে বিজ্ঞানীজনাই ন'বেল বঁটা গ্ৰহণ কৰোঁতে দিয়া ভাষণৰ অন্তত কোৱা এই বাক্যটিৰে - "সত্যৰ মোহৰ হ'ল সৰলতা, সত্যৰ জ্যোতি হ'ল সৌন্দৰ্য"। সৰলতা আৰু জ্যোতি এই দুটাই হ'ল বৈজ্ঞানিক তথ্য তথা বিজ্ঞানীৰ বাবে মোহৰ। মানৱ সভ্যতাৰ আৰম্ভণিৰে সমাজ পৰাই বিজ্ঞানে মানুহক প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ শিকোৱাৰ লগতে নানা ধৰণৰ প্ৰতিকূল পৰিস্থিতিক বশ কৰি নিজৰ জীৱন ধাৰণ প্ৰণালী উন্নত আৰু সহজসাধ্য কৰি তোলাত সহায় কৰি আহিছে। কিন্তু তথাপি যেন কোনোবাখিনিত বিজ্ঞানৰ প্ৰকৃত অৰ্থ আমি বুজি পোৱা নাই - আমাৰ সমাজত প্ৰচলিত নানা কু-সংস্কাৰ আৰু অ-বৈজ্ঞানিক ৰীতি-নীতিয়েই তাৰ ইংগিত বহন কৰে। সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষ তথা অসমত বিজ্ঞানৰ প্ৰভাৱ সম্পৰ্কে অলপ বিশ্লেষণ কৰিলেই এই কথা জলজল পতপতকৈ ওলাই পৰে। এই যে বিজ্ঞানে মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই, কিয় বাৰু? শেহতীয়াকৈ ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ সন্মানীয় মন্ত্ৰী হৰ্ষ বৰ্ধন ডাঙৰীয়াই মহান বিজ্ঞানী ষ্টিফেন হকিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে আমাৰ হিন্দু ধৰ্মৰ বেদসমূহত এলবাৰ্ট আইনষ্টাইনৰ যুগান্তকাৰী আপেক্ষিকতাবাদৰ তত্বতকৈও শ্ৰেষ্ঠ বৈজ্ঞানিক তত্ব আছে বুলি বিজ্ঞানী হকিঙে কৈছিল। Egaraki Jiwnikare Na Vel Banta Bijyi Bigyani Subrahmanyan Chandrashekharar Jiwni Arambha Karichhe Bigyanijnai Na Vel Banta Grohan Karonte Dia Bhashanar Antat Kowa AE Bakyatire - Satyar Mohar H Law Saralata Satyar Jyoti H Law Saundarjya Saralata Aru Jyoti AE Dutai H Law Baigyanik Tathya Tatha Bigyanir Babe Mohar Manaw Sabhyatar Arambhanire Samaj Parai Bigyane Manuhak Prakritir Rahasya Bhed Karibalai Shikowar Lagate Nana Dharanar Pratikul Paristhitik Vs Kari Nijar Jeevan Dharan Pranali Unnat Aru Sahajasadhya Kari Tolat Sahai Kari Ahichhe Kintu Tathapi Jen Konobakhinit Bigyanar Prakrit Earth Aami Buji Powa Nai - Amar Samajat Prachalit Nana Ku Sanskar Aru A Baigyanik Riti Nitiyei Taur Ingit Bahan Kare Sampratik Sumit Bharatabarsh Tatha Asamat Bigyanar Prabhaw Samparke Alap Bishleshan Karilei AE Katha Jalajal Patapatakai Olai Pare AE Je Bigyane Manuhar Mont Prabhaw Bistar Karibalai Saksham Howa Nai Kiya Baru Shehtiyakai Bharatar Bigyan Aru Prajuktibidya Daptarar Sanmaniya Mantri Harsha Bardhan Dangriyai Mahan Bigyani Stephen Hakingar Mrityut Souq Prakash Kari Kya Je Amar Hindu Dharmar Bedasamuhat Alberto Ainashtainar Jugantakari Apekshikatabadar Tatbatakaio Shreshtha Baigyanik Tatba Ache Bully Bigyani Hakinge Kaichhil
Likes  0  Dislikes
WhatsApp_icon

Vokal is India's Largest Knowledge Sharing Platform. Send Your Questions to Experts.

Related Searches:Bigyan Aru Samaj,Science Society,


vokalandroid