অসমীয়া লোক সাহিত্য সম্পর্কে আলোচনা কর? ...

কবিগুৰু ৰবীন্দ্ৰনাথে কৈছে যে শিপাই যেনেকৈ মাটিৰ তলত থাকি গছক পত্ৰে-পুষ্পে সুশোভিত কৰি ৰাখে, অসমীয়া লোক সাহিত্য সেইদৰে সকলো দেশৰে সাহিত্যৰ মূলভাগ লোক-জীৱনৰ মাটিৰ তলত ঢাক খাই সজীৱ হৈ থাকে। লোক জীৱনৰ লগত জড়িত এই সাহিত্য সম্পূৰ্ণভাৱে স্থানীয়; ই কেৱল দেশৰ জনসাধাৰণৰ অসমীয়া লোক সাহিত্য উপভোগৰ আৰু উপলব্ধিৰ যোগ্য। কবিগুৰুৰ মতে বাহিৰৰ লোকৰ তাত প্ৰবেশৰ অধিকাৰ নাই। কিন্তু সংকীৰ্ণ প্ৰাদেশিক মূলৰ ওপৰতহে সাহিত্যৰ সাৰ্বভৌমিক শাখা-প্ৰশাখাৰ দিগন্তব্যাপী বিস্তৃতি সম্ভৱপৰ। এইখিনিতে এইটোও মন কৰিবলগীয়া যে জাতীয় অসমীয়া লোক সাহিত্য সাহিত্যৰ এই ভাগত ব্যক্তি বিশেষৰ কল্পনাৰ সফুৰণ নাই; নতুবা কেৱল এজনৰ মনোৰঞ্জনৰ কাৰণেও ইয়াৰ সৃষ্টি নহয়। এই লোক সাহিত্য সমাজৰ উমৈহতীয়া সৃষ্টি, সমাজৰ সৰ্বজনৰ ভাৱ, চিন্তা আৰু কল্পনাৰ মিলন তীৰ্থ; সমগ্ৰ সমাজৰ আনন্দ অসমীয়া লোক সাহিত্য বিনোদনৰ কলাক্ষেত্ৰ। যুগ যুগ ধৰি জনসাধাৰণৰ মুখে মুখে লোক সাহিত্য চিৰন্তন আৰু চিৰজীৱী হৈ ।
Romanized Version
কবিগুৰু ৰবীন্দ্ৰনাথে কৈছে যে শিপাই যেনেকৈ মাটিৰ তলত থাকি গছক পত্ৰে-পুষ্পে সুশোভিত কৰি ৰাখে, অসমীয়া লোক সাহিত্য সেইদৰে সকলো দেশৰে সাহিত্যৰ মূলভাগ লোক-জীৱনৰ মাটিৰ তলত ঢাক খাই সজীৱ হৈ থাকে। লোক জীৱনৰ লগত জড়িত এই সাহিত্য সম্পূৰ্ণভাৱে স্থানীয়; ই কেৱল দেশৰ জনসাধাৰণৰ অসমীয়া লোক সাহিত্য উপভোগৰ আৰু উপলব্ধিৰ যোগ্য। কবিগুৰুৰ মতে বাহিৰৰ লোকৰ তাত প্ৰবেশৰ অধিকাৰ নাই। কিন্তু সংকীৰ্ণ প্ৰাদেশিক মূলৰ ওপৰতহে সাহিত্যৰ সাৰ্বভৌমিক শাখা-প্ৰশাখাৰ দিগন্তব্যাপী বিস্তৃতি সম্ভৱপৰ। এইখিনিতে এইটোও মন কৰিবলগীয়া যে জাতীয় অসমীয়া লোক সাহিত্য সাহিত্যৰ এই ভাগত ব্যক্তি বিশেষৰ কল্পনাৰ সফুৰণ নাই; নতুবা কেৱল এজনৰ মনোৰঞ্জনৰ কাৰণেও ইয়াৰ সৃষ্টি নহয়। এই লোক সাহিত্য সমাজৰ উমৈহতীয়া সৃষ্টি, সমাজৰ সৰ্বজনৰ ভাৱ, চিন্তা আৰু কল্পনাৰ মিলন তীৰ্থ; সমগ্ৰ সমাজৰ আনন্দ অসমীয়া লোক সাহিত্য বিনোদনৰ কলাক্ষেত্ৰ। যুগ যুগ ধৰি জনসাধাৰণৰ মুখে মুখে লোক সাহিত্য চিৰন্তন আৰু চিৰজীৱী হৈ ।Kabiguru Rabindranathe Kaichhe Je Shipai Jenekai Matir Talat Thaki Gachhak Patre Pushpe Sushobhit Kari Rakhe Asamiya Loka Sahitya Seidare Sakalo Deshre Sahityar Mulbhag Loka Jiwanar Matir Talat Dhak Khai Sajiw Hai Thake Loka Jiwanar Lagat Jarit AE Sahitya Sampurnabhawe Sthaniya E Kewl Deshar Janasadharanar Asamiya Loka Sahitya Upabhogar Aru Upalabdhir Jogya Kabigurur Mate Bahirar Lokar Tat Prabeshar Adhikar Nai Kintu Sankirna Pradeshik Mular Oparatahe Sahityar Sarbabhaumik Shakha Prashakhar Digantabyapi Bistriti Sambhawapar Eikhinite Eitoo Mon Karibalagiya Je Jatiya Asamiya Loka Sahitya Sahityar AE Bhagat Byakti Bisheshar Kalpanar Safuran Nai Natuba Kewl Ejanar Manoranjanar Karneo Ear Srishti Nahay AE Loka Sahitya Samajar Umaihtiya Srishti Samajar Sarbajanar Bhaw Chinta Aru Kalpanar Milan Theertha Samagra Samajar Ananth Asamiya Loka Sahitya Binodanar Kalakshetra Jug Jug Dhari Janasadharanar Mukhe Mukhe Loka Sahitya Chirantan Aru Chirjiwi Hai
Likes  0  Dislikes
WhatsApp_icon
500000+ दिलचस्प सवाल जवाब सुनिये 😊

Similar Questions

More Answers


অসমীয়া লোক সাহিত্য যি সাহিত্য মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহি জাতীয় সাহিত্যত বৰঙণি যোগায় তাকে মৌখিক সাহিত্য অসমীয়া লোক সাহিত্য বোলে৷ অসমীয়া লোক সাহিত্য সমাজ জীৱনৰ বিভিন্ন লোক-সাংস্কৃতিক সমল আৰু সভ্যতাৰ উত্থান-পতন ইয়াৰ মাজত সোমাই থাকে৷ লিখিত সাহিত্যৰ বহু শতিকাৰ আগতেই মানুহে জীৱন-ধাৰণৰ লগত জড়িত বহুতো ব্যৱস্থাক ইয়াৰ জড়িয়তে প্ৰকাশ কৰিছিল৷ অসমীয়া সাহিত্যত ইয়াক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি৷ অসমীয়া লোক-সাহিত্যৰ ভিন্নৰূপ লোক-সাহিত্যৰ আটাইতকৈ চিত্ৰধৰ্মী আৰু সুৰধৰ্মী অংশটো বিয়ানাম আৰু বিহুনামত পোৱা যায়। এই গীতিধৰ্মী লোক - সাহিত্য।
Romanized Version
অসমীয়া লোক সাহিত্য যি সাহিত্য মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহি জাতীয় সাহিত্যত বৰঙণি যোগায় তাকে মৌখিক সাহিত্য অসমীয়া লোক সাহিত্য বোলে৷ অসমীয়া লোক সাহিত্য সমাজ জীৱনৰ বিভিন্ন লোক-সাংস্কৃতিক সমল আৰু সভ্যতাৰ উত্থান-পতন ইয়াৰ মাজত সোমাই থাকে৷ লিখিত সাহিত্যৰ বহু শতিকাৰ আগতেই মানুহে জীৱন-ধাৰণৰ লগত জড়িত বহুতো ব্যৱস্থাক ইয়াৰ জড়িয়তে প্ৰকাশ কৰিছিল৷ অসমীয়া সাহিত্যত ইয়াক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি৷ অসমীয়া লোক-সাহিত্যৰ ভিন্নৰূপ লোক-সাহিত্যৰ আটাইতকৈ চিত্ৰধৰ্মী আৰু সুৰধৰ্মী অংশটো বিয়ানাম আৰু বিহুনামত পোৱা যায়। এই গীতিধৰ্মী লোক - সাহিত্য। Asamiya Loka Sahitya Ji Sahitya Manuhar Mukhe Mukhe Prachalit Hai Ahi Jatiya Sahityat Barangani Jogay Take Maukhik Sahitya Asamiya Loka Sahitya Boler Asamiya Loka Sahitya Samaj Jiwanar Bibhinna Loka Sanskritik SAMAL Aru Sabhyatar Utthan Patna Iyar Majat Somai Thaker Likhit Sahityar Bahu Shatikar Agatei Manuhe Jeevan Dharanar Lagat Jarit Bahuto Byawasthak Iyar Jariyate Prakash Karichhilar Asamiya Sahityat Iyak Talat There Dare Bhag Qarib Parir Asamiya Loka Sahityar Bhinnarup Loka Sahityar Ataitakai Chitradharmi Aru Suradharmi Angshato Biyanam Aru Bihunamat Powa Jay AE Gitidharmi Loka - Sahitya
Likes  0  Dislikes
WhatsApp_icon

Vokal is India's Largest Knowledge Sharing Platform. Send Your Questions to Experts.

Related Searches:Asamiya Loka Sahityo Somporke Alochana Kor ,Talk About Untouchables Literature?,


vokalandroid