অসমীয়া নীতি বচন সম্পর্কে আলোচনা কর? ...

বেজবৰুৱাৰ শিশু সাহিত্যত নীতি শিক্ষা আধুনিক অসমীয়া সাহিত্যৰ পিতৃস্বৰুপ, সৰ্বকালৰ এজন শ্ৰেষ্ঠ অসমীয়া সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া নীতিশিক্ষা ৰচনাসমূহৰ মাজৰ অন্যতম উপাদান তেওঁৰ শিশু সাহিত্যসমূহ। অসমীয়া শিশু-ডেকা-বুঢ়া সকলোৰে বাবে সুখপাঠ্য আৰু অতিশয় আকৰ্ষণীয়, সৰল কথনশৈলী, লোকবিশ্বাস, জনজীৱনৰ হাৱ-ভাৱ, ৰসিকতা আদি উপাদানেৰে শিশু সাহিত্য সমৃদ্ধ। সেয়ে পঢ়ুৱৈৰ বাবে অতিশয় মনোগ্ৰাহী আৰু জনপ্ৰিয়। এই সকলো অসমীয়া নীতি শিক্ষা উপাদানৰ উপৰি বেজবৰুৱাৰ শিশু সাহিত্যসমূহত থকা নীতি শিক্ষা বিশেষভাৱে অসমীয়া নীতি বচন প্ৰণিধানযোগ্য। তেওঁৰ সাধুকথাৰ পুথি ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘জুনুকা’, তত্ত্বমূলক প্ৰবন্ধৰ কিতাপ ‘বাখৰ’, শ্ৰী ভগবৎ কথা’ আৰু কামত কৃতিত্ব লভিবৰ সংকেত মূলতঃ শিশুসকলৰ উদ্দেশ্যি ৰচনা কৰা হৈছে। এই ৰচনাসমূহ ৰসাল, অসমীয়া নীতি বচন খুহুতীয়াভাৱে শিশুৰ মনোৰঞ্জনৰ প্ৰতি লক্ষ্য ৰাখি ৰচনা কৰা হৈছে যদিও আনফালে শিশু চৰিত্ৰ গঠনৰ প্ৰতি থকা দায়বদ্ধতাকো প্ৰতিফলিত কৰিছে।বন্ধুসকল, শিক্ষক অসমীয়া নীতি বচন জনে ইচ্ছা কৰি কৰা ভুলৰ এটাৰ সাধাৰণ উদাহৰণেৰে ছাত্ৰ সমাজলৈ ভৱিষ্যতৰ কাৰণে নৈতিক জ্ঞানৰ পথ এটা মুকলি কৰিছে । একো একোজন মহান ব্যক্তিৰ জীৱনটো বা সংগঠনৰ কৰ্ম ক্ষেত্ৰ খনৰো ক’ৰবাত নহয় ক’ৰবাত অসমীয়া নীতি বচন একো একোটা সামান্য ভুল থাকি যোৱা দেখা যায় আৰু সমালোচক সকলে ইয়াকে ঢৌটোকে ৰৌটো কৰি সমাজত তাল ফাল লগায় । এইটো ঠিক যে সমালোচনাৰ উৰ্দ্ধত কোনো নহয় ।
Romanized Version
বেজবৰুৱাৰ শিশু সাহিত্যত নীতি শিক্ষা আধুনিক অসমীয়া সাহিত্যৰ পিতৃস্বৰুপ, সৰ্বকালৰ এজন শ্ৰেষ্ঠ অসমীয়া সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া নীতিশিক্ষা ৰচনাসমূহৰ মাজৰ অন্যতম উপাদান তেওঁৰ শিশু সাহিত্যসমূহ। অসমীয়া শিশু-ডেকা-বুঢ়া সকলোৰে বাবে সুখপাঠ্য আৰু অতিশয় আকৰ্ষণীয়, সৰল কথনশৈলী, লোকবিশ্বাস, জনজীৱনৰ হাৱ-ভাৱ, ৰসিকতা আদি উপাদানেৰে শিশু সাহিত্য সমৃদ্ধ। সেয়ে পঢ়ুৱৈৰ বাবে অতিশয় মনোগ্ৰাহী আৰু জনপ্ৰিয়। এই সকলো অসমীয়া নীতি শিক্ষা উপাদানৰ উপৰি বেজবৰুৱাৰ শিশু সাহিত্যসমূহত থকা নীতি শিক্ষা বিশেষভাৱে অসমীয়া নীতি বচন প্ৰণিধানযোগ্য। তেওঁৰ সাধুকথাৰ পুথি ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘জুনুকা’, তত্ত্বমূলক প্ৰবন্ধৰ কিতাপ ‘বাখৰ’, শ্ৰী ভগবৎ কথা’ আৰু কামত কৃতিত্ব লভিবৰ সংকেত মূলতঃ শিশুসকলৰ উদ্দেশ্যি ৰচনা কৰা হৈছে। এই ৰচনাসমূহ ৰসাল, অসমীয়া নীতি বচন খুহুতীয়াভাৱে শিশুৰ মনোৰঞ্জনৰ প্ৰতি লক্ষ্য ৰাখি ৰচনা কৰা হৈছে যদিও আনফালে শিশু চৰিত্ৰ গঠনৰ প্ৰতি থকা দায়বদ্ধতাকো প্ৰতিফলিত কৰিছে।বন্ধুসকল, শিক্ষক অসমীয়া নীতি বচন জনে ইচ্ছা কৰি কৰা ভুলৰ এটাৰ সাধাৰণ উদাহৰণেৰে ছাত্ৰ সমাজলৈ ভৱিষ্যতৰ কাৰণে নৈতিক জ্ঞানৰ পথ এটা মুকলি কৰিছে । একো একোজন মহান ব্যক্তিৰ জীৱনটো বা সংগঠনৰ কৰ্ম ক্ষেত্ৰ খনৰো ক’ৰবাত নহয় ক’ৰবাত অসমীয়া নীতি বচন একো একোটা সামান্য ভুল থাকি যোৱা দেখা যায় আৰু সমালোচক সকলে ইয়াকে ঢৌটোকে ৰৌটো কৰি সমাজত তাল ফাল লগায় । এইটো ঠিক যে সমালোচনাৰ উৰ্দ্ধত কোনো নহয় । Bejabaruwar Sishu Sahityat Niti Siksha Adhunik Asamiya Sahityar Pitriswarup Sarbakalar Ejan Shreshtha Asamiya Sahityik Lakshminath Bejabaruwar Asamiya Nitishiksha Rachanasmuhar Majuro Anyatam Upadan Teonr Sishu Sahityasamuh Asamiya Sishu Deka Budha Sakalore Babe Sukhpathya Aru Atishay Akarshaniya Carl Kathanashaili Lokbishwas Janajiwanar How Bhaw Rasikata Adi Upadanere Sishu Sahitya Samriddha Seye Padhuwair Babe Atishay Manograhi Aru Janapriya AE Sakalo Asamiya Niti Siksha Upadanar Upari Bejabaruwar Sishu Sahityasamuhat Thaka Niti Siksha Bisheshbhawe Asamiya Niti Bachna Pranidhanajogya Teonr Sadhukthar Puthi ‘budhi Air Sadhuo ‘kakadeuta Aru Nati Lorao ‘junukao Tattbamulak Prabandhar Kitap ‘bakharo Sri Bhagabt Kathao Aru Kamat Krititba Labhibar Sanket Mulatah Shishusakalar Uddeshyi Rachana Korea Haichhe AE Rachanasmuh Rasal Asamiya Niti Bachna Khuhutiyabhawe Shishur Manoranjanar Prati Lakshya Rakhi Rachana Korea Haichhe Jadio Anafale Sishu Charitra Gathanar Prati Thaka Dayabaddhatako Pratiflit Karichhe Bandhusakal Shikshak Asamiya Niti Bachna Jane Ichchha Kari Korea Voler Etar Sadharan Udaharanere Chhatra Samajalai Bhawishyatar Karne Naitik Gyanar Path Etah Mukli Karichhe Eko Ekojan Mahan Byaktir Jiwanato Ba Sangathanar Kurma Xetra Khanaro Korabat Nahay Korabat Asamiya Niti Bachna Eko Ekota Samanya Bhool Thaki Jowa Dekha Jay Aru Samalochak Sakale Iyake Dhautoke Rauto Kari Samajat Tal Fal Lagay Eito Thik Je Samalochnar Urddhat Kono Nahay
Likes  0  Dislikes
WhatsApp_icon
500000+ दिलचस्प सवाल जवाब सुनिये 😊

Similar Questions

More Answers


অসমীয়া নীতি বচন কিছু পাবলৈ কিছু হেৰুৱাব লাগে । অসমীয়া নীতি বচন কথাষাৰ একপ্ৰকাৰে ছাবলৈ গ'লে ।পোৱা আৰু হেৰুওৱা , দুটা সম্পূৰ্ন বিপৰীত ধৰ্মী শব্দ । অসমীয়া নীতি বচন পোৱা অৰ্থাৎ আপুনি যিটোৰ। ফকৰা যোজনা হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা হয়। অসমীয়া নীতি বচন ফকৰা যোজনাবোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহৃত হয়। ইয়াক ইংৰাজী ভাষাৰ অৰ লগত তুলনা কৰিব পাৰি। কিছুমান ফকৰা যোজনাক "ডাকৰ বচন" বুলি জনপ্ৰিয় নামেৰে জনা যায়। আক্ষৰিক অৰ্থত ই "প্ৰবাদ" বুজালেও অসমীয়া গঞাই এইবোৰ "ডাক পুৰুষ" বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা বুলি কল্পনা কৰে। ডাকৰ বচনবোৰ সাধাৰণতে গ্ৰামীন জীৱনৰ বৈষয়ীক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়ে।
Romanized Version
অসমীয়া নীতি বচন কিছু পাবলৈ কিছু হেৰুৱাব লাগে । অসমীয়া নীতি বচন কথাষাৰ একপ্ৰকাৰে ছাবলৈ গ'লে ।পোৱা আৰু হেৰুওৱা , দুটা সম্পূৰ্ন বিপৰীত ধৰ্মী শব্দ । অসমীয়া নীতি বচন পোৱা অৰ্থাৎ আপুনি যিটোৰ। ফকৰা যোজনা হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা হয়। অসমীয়া নীতি বচন ফকৰা যোজনাবোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহৃত হয়। ইয়াক ইংৰাজী ভাষাৰ অৰ লগত তুলনা কৰিব পাৰি। কিছুমান ফকৰা যোজনাক "ডাকৰ বচন" বুলি জনপ্ৰিয় নামেৰে জনা যায়। আক্ষৰিক অৰ্থত ই "প্ৰবাদ" বুজালেও অসমীয়া গঞাই এইবোৰ "ডাক পুৰুষ" বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা বুলি কল্পনা কৰে। ডাকৰ বচনবোৰ সাধাৰণতে গ্ৰামীন জীৱনৰ বৈষয়ীক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়ে।Asamiya Niti Bachna Kichhu Pablai Kichhu Heruwab Lage Asamiya Niti Bachna Kathashar Ekaprakare Chhablai G Le Powa Aru Heruowa , Duta Sampurna Biprit Dharmi Shabd Asamiya Niti Bachna Powa Arthat Apuni Jitor Fakara Yojna Haichhe Asamiya Bhashat Prabadrupe Byawahrit Chirantan Sadharan Gyanar Siksha Jak Sadharanate Sadharan Asamiya Gayan Raije Buji Pabar Karne Carl Bhasha Pratik Aru Chhanda Byawahar Kari Akarshaniya Rupat Prakash Korea Hay Asamiya Niti Bachna Fakara Jojnabor Dainandin Katha Batarat Praye Byawahrit Hay Iyak Ingraji Bhashar Or Lagat Tulna Qarib Pari Kichhuman Fakara Jojnak Dakar Bachna Bully Janapriya Namere Jana Jay Aksharik Arthat E Prabad Bujaleo Asamiya Gayani Eibor Duck Purush Bully Ec Kalpanik Aitihasik Charitrai Kowa Katha Bully Kalpana Kare Dakar Bachanabor Sadharanate Gramin Jiwanar Baishyik Dist Sadharan Gyan Ba Upadesh Diye
Likes  0  Dislikes
WhatsApp_icon

Vokal is India's Largest Knowledge Sharing Platform. Send Your Questions to Experts.

Related Searches:Asamiya Niti Bachna Somporke Alochana Kor ,Discuss The Definition Of Inequality Policy?,


vokalandroid