অসমীয়া ভাষাৰ গঠন আৰু বিকাশ সম্পর্কে আলোচনা কর? ...

অসমৰ ভাষা অসমীয়া। এই অসমীয়া ভাষা এটা সুপ্ৰাচীন ভাষা। ই আৰ্য গোষ্ঠীৰ ভাষা। আৰ্যসকল অসমলৈ অহাৰ আগতে ই অনাৰ্য গোষ্ঠীৰ বাসস্থান আছিল। প্ৰাচীন অসমীয়া ভাষাৰ গঠন আৰু বিকাশ ভাৰতীয় আৰ্যভাষা বিশেষ ক্ৰম পৰিবৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম, একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে। আগতে উল্লেখ কৰা হৈছে যে অসমত অনাৰ্য গোষ্ঠীয়ে বসবাস কৰিছিল আৰ্যসকল অহাৰ আগেয়ে। গতিকে ইয়াত বাস কৰা তিব্বতবৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে। নদীৰ নাম, ঠাইৰ নাম, ধ্বন্যাত্মক শব্দ আৰু ঘৰুৱা বহু শব্দ অনাৰ্য ভাষাৰ পৰা আহিছে। আদিম ভাষাৰ সংস্পৰ্শত আৰ্য ভাষাই কৌলীন্য হেৰুৱাই ই দ্ৰুত গতিত পৰিবৰ্তিত হ’বলৈ ধৰিলে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ প্ৰাচীন কামৰূপৰ ৰজাসকল দানৱ বা অসুৰ বুলি পৰিচিত হ’লেও তেওঁলোকে আৰ্য ভাষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব দিয়ে। কালিকা পুৰাণৰ মতে নৰকাসুৰে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ প্ৰথমতে কিৰাতসকলক পূৰ্বে পূবে দিক্কৰবাসিনী আৰু দক্ষিণে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ সাগৰৰ ফালে খেদি দক্ষিণে সাগৰৰ ফালে খেদি কামৰূপত ব্ৰাহ্মণ আৰু উচ্চবৰ্ণৰ লোকসকলক প্ৰতিষ্ঠা কৰি ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰসাৰ ঘটায়। ব্ৰাহ্মণ্য ধৰ্মৰ বিস্তাৰ হোৱাৰ লগে লগে আৰ্য ভাষা অসমৰ প্ৰধান ভাষা হিচাপে চলিবলৈ ধৰিলে।
Romanized Version
অসমৰ ভাষা অসমীয়া। এই অসমীয়া ভাষা এটা সুপ্ৰাচীন ভাষা। ই আৰ্য গোষ্ঠীৰ ভাষা। আৰ্যসকল অসমলৈ অহাৰ আগতে ই অনাৰ্য গোষ্ঠীৰ বাসস্থান আছিল। প্ৰাচীন অসমীয়া ভাষাৰ গঠন আৰু বিকাশ ভাৰতীয় আৰ্যভাষা বিশেষ ক্ৰম পৰিবৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম, একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে। আগতে উল্লেখ কৰা হৈছে যে অসমত অনাৰ্য গোষ্ঠীয়ে বসবাস কৰিছিল আৰ্যসকল অহাৰ আগেয়ে। গতিকে ইয়াত বাস কৰা তিব্বতবৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে। নদীৰ নাম, ঠাইৰ নাম, ধ্বন্যাত্মক শব্দ আৰু ঘৰুৱা বহু শব্দ অনাৰ্য ভাষাৰ পৰা আহিছে। আদিম ভাষাৰ সংস্পৰ্শত আৰ্য ভাষাই কৌলীন্য হেৰুৱাই ই দ্ৰুত গতিত পৰিবৰ্তিত হ’বলৈ ধৰিলে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ প্ৰাচীন কামৰূপৰ ৰজাসকল দানৱ বা অসুৰ বুলি পৰিচিত হ’লেও তেওঁলোকে আৰ্য ভাষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব দিয়ে। কালিকা পুৰাণৰ মতে নৰকাসুৰে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ প্ৰথমতে কিৰাতসকলক পূৰ্বে পূবে দিক্কৰবাসিনী আৰু দক্ষিণে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ সাগৰৰ ফালে খেদি দক্ষিণে সাগৰৰ ফালে খেদি কামৰূপত ব্ৰাহ্মণ আৰু উচ্চবৰ্ণৰ লোকসকলক প্ৰতিষ্ঠা কৰি ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰসাৰ ঘটায়। ব্ৰাহ্মণ্য ধৰ্মৰ বিস্তাৰ হোৱাৰ লগে লগে আৰ্য ভাষা অসমৰ প্ৰধান ভাষা হিচাপে চলিবলৈ ধৰিলে। Asamar Bhasha Asamiya AE Asamiya Bhasha Etah Suprachin Bhasha E Arjya Goshthir Bhasha Arjasakal Asamalai Ahar Agate E Anarjya Goshthir Basasthan Achhil Prachin Asamiya Bhashar Gathan Aru Vikas Bharatiya Arjabhasha Vishesha Kram Paribartanar Majedi Ahi Khrishtiya Dasham Ekadash Shatikamanat Asamiya Rup Lobalai Arambha Kare Agate Ullekh Korea Haichhe Je Asamat Anarjya Goshthiye Basabas Karichhil Arjasakal Ahar Ageye Gatike Iyat Bass Korea Tibbatabarmi Aru Ashtrikasakalar Bhashar Prabhaw Asamiya Bhashar Oparat Parichhe Nadir NAM Thair NAM Dhbanyatmak Shabd Aru Gharuwa Bahu Shabd Anarjya Bhashar Para Ahichhe Adim Bhashar Sansparshat Arjya Bhashai Kaulinya Heruwai E Drut Gatit Paribartit Hobalai Dharile Asamiya Bhashar Gathan Aru Vikas Prachin Kamrupar Rajasakal Danaw Ba Asur Bully Parichit Holeo Teonloke Arjya Bhashar Prasarat Vishesha Gurutba Diye Kalika Puranar Mate Narakasure Asamiya Bhashar Gathan Aru Vikas Prathamate Kiratasakalak Purbe Pube Dikkarabasini Aru Dakshine Asamiya Bhashar Gathan Aru Vikas Sagarar Fale Khedi Dakshine Sagarar Fale Khedi Kamrupat Brahman Aru Uchchabarnar Lokasakalak Pratishtha Kari Brahmanya Dharmar Prasar Ghatay Brahmanya Dharmar Bistar Howar Lage Lage Arjya Bhasha Asamar Pradhan Bhasha Hichape Chalibalai Dharile
Likes  0  Dislikes
WhatsApp_icon
500000+ दिलचस्प सवाल जवाब सुनिये 😊

Similar Questions

More Answers


অসমীয়া ভাষাৰ গঠন আৰু বিকাশ অসমীয়া এটা গৌৰৱোজ্জ্বল সুকীয়া পুৰণি ভাষা কটন কলেজত অধ্যাপনা কৰি থাকোঁতে ১৯৩৫ চনত অসমীয়া ভাষা আৰু তাৰ। অসমীয়া ভাষাৰ গঠন আৰু বিকাশ অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় [ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়াল|ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়া ভাষী লোক আছে। অসমীয়া ভাষাৰ গঠন আৰু বিকাশ অসমীয়া -ভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হায়। ভূটানতো কিছুসংখ্যক অসমীয়া ভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ অসমীয়া ভাষাৰ গঠন আৰু বিকাশ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি।
Romanized Version
অসমীয়া ভাষাৰ গঠন আৰু বিকাশ অসমীয়া এটা গৌৰৱোজ্জ্বল সুকীয়া পুৰণি ভাষা কটন কলেজত অধ্যাপনা কৰি থাকোঁতে ১৯৩৫ চনত অসমীয়া ভাষা আৰু তাৰ। অসমীয়া ভাষাৰ গঠন আৰু বিকাশ অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় [ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়াল|ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়া ভাষী লোক আছে। অসমীয়া ভাষাৰ গঠন আৰু বিকাশ অসমীয়া -ভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হায়। ভূটানতো কিছুসংখ্যক অসমীয়া ভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ অসমীয়া ভাষাৰ গঠন আৰু বিকাশ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি। Asamiya Bhashar Gathan Aru Vikas Asamiya Etah Gaurwojjbal Sukiya Purni Bhasha Cotton Kalejat Adhyapana Kari Thakonte 1935 Chanat Asamiya Bhasha Aru Taur Asamiya Bhashar Gathan Aru Vikas Asamiya Bhasha Haichhe Sakalotkai Purbiya Indo Yuropiya Bhasha Pariyal Bhartiya Arjya Bhasha Iyak Ghaikai Uttar Pub Bharatar Asamat Byawahar Korea Hay E Asamar Rajyik Bhasha Arunachal Pradeshar Kono Kono Thait Aru Uttar Purbanchalar An An Rajyato Asamiya Bhashi Loka Ache Asamiya Bhashar Gathan Aru Vikas Asamiya Bhittik Nagamij Namar Etah Sangjogi Bhasha Nagalendat Byapakabhawe Byawahar Hay Bhutanato Kichhusankhyak Asamiya Bhashi Loka Ache Asamat Bartaman Asamiya Bhasha Kowa Manuhar Asamiya Bhashar Gathan Aru Vikas Sankhya 1 30 Kotiro Bechhi Aru Bishwajuri AE Sankhya Pray 2 Koti
Likes  0  Dislikes
WhatsApp_icon

Vokal is India's Largest Knowledge Sharing Platform. Send Your Questions to Experts.

Related Searches:Asamiya Bhashar Gathan Aru Vikas Somporke Alochana Kor ,Discuss The Language Structure And Development Of Assamese?,


vokalandroid