বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দিৱস ...

বিজ্ঞান প্রযুক্তিবিদ্যা দিৱস প্ৰথম খবৰ,বালিপৰা,১১মে’: সমগ্ৰ ভাৰতবৰ্ষৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ বালিপৰা, চাৰিদুৱাৰ, ৰঙাপৰা অঞ্চলতো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দিৱস পালন কৰা হয় । বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত বালিপৰা মজলীয়া বিদ্যালয়ত আজি বিদ্যালয় কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত তথা বিদ্যালয়খনৰ প্ৰধান শিক্ষক দোলন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় বৃক্ষৰোপণ কাৰ্যসূচী । লগতে,বিজ্ঞান, আৰু বিজ্ঞান প্ৰযুক্তি বিষয়কডই দিৱস আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা উপৰিও দিনটোৰ তাৎপৰ্য সন্দৰ্ভত এক আলোকপাত কাৰ্যসূচীও অনুষ্ঠিত কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ কণ -কণ ছাত্ৰ-ছাত্ৰীসকলে অংশগহণ কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু উদমাৰী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক শিশুৰঞ্জন গগৈ উপস্থিত থাকে ।
Romanized Version
বিজ্ঞান প্রযুক্তিবিদ্যা দিৱস প্ৰথম খবৰ,বালিপৰা,১১মে’: সমগ্ৰ ভাৰতবৰ্ষৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ বালিপৰা, চাৰিদুৱাৰ, ৰঙাপৰা অঞ্চলতো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দিৱস পালন কৰা হয় । বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত বালিপৰা মজলীয়া বিদ্যালয়ত আজি বিদ্যালয় কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত তথা বিদ্যালয়খনৰ প্ৰধান শিক্ষক দোলন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় বৃক্ষৰোপণ কাৰ্যসূচী । লগতে,বিজ্ঞান, আৰু বিজ্ঞান প্ৰযুক্তি বিষয়কডই দিৱস আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা উপৰিও দিনটোৰ তাৎপৰ্য সন্দৰ্ভত এক আলোকপাত কাৰ্যসূচীও অনুষ্ঠিত কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ কণ -কণ ছাত্ৰ-ছাত্ৰীসকলে অংশগহণ কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু উদমাৰী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক শিশুৰঞ্জন গগৈ উপস্থিত থাকে ।Bigyan Prajuktibidya Diwas Pratham Khawr Balipara 11meo Samagra Bharatabarshar Samantaralbhawe Aji Shonitpurar Balipara Chariduwar Rangapara Anchalato Bigyan Aru Prajuktibidya Diwas Palan Korea Hay Balipara Shikshakhandar Antargat Balipara Majaliya Bidyalayat Aji Bidyalay Kartripakshar Prishthaposhakatat Tatha Bidyalayakhanar Pradhan Shikshak DOLON Sharmar Sabhaptitbat Anushthit Korea Hay Briksharopan Karjasuchi Lagate Bigyan Aru Bigyan Prajukti Bishayakadai Diwas Aru Akasmik Baktrita Pratijogita Upario Dintor Tatparjya Sandarbhat Ec Alokpat Karjasuchio Anushthit Kare Anushthanat Bidyalayakhanar Kan Kan Chhatra Chhatrisakale Angshagahan Karar Lagate Bidyalayar Shikshak Shikshayitri Aru Udamari Mondal SAMAL Kendra Samanwayak Shishuranjan Gogoi Upasthit Thake
Likes  0  Dislikes
WhatsApp_icon
500000+ दिलचस्प सवाल जवाब सुनिये 😊

Similar Questions

More Answers


প্ৰথম খবৰ,বালিপৰা,১১মে’: সমগ্ৰ ভাৰতবৰ্ষৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ বালিপৰা, চাৰিদুৱাৰ, ৰঙাপৰা অঞ্চলতো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দিৱস পালন কৰা হয় । বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত বালিপৰা মজলীয়া বিদ্যালয়ত আজি বিদ্যালয় কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত তথা বিদ্যালয়খনৰ প্ৰধান শিক্ষক দোলন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় বৃক্ষৰোপণ কাৰ্যসূচী । লগতে,বিজ্ঞান,প্ৰযুক্তি বিষয়ক কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা উপৰিও দিনটোৰ তাৎপৰ্য সন্দৰ্ভত এক আলোকপাত কাৰ্যসূচীও অনুষ্ঠিত কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ কণ -কণ ছাত্ৰ-ছাত্ৰীসকলে অংশগহণ কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু উদমাৰী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক শিশুৰঞ্জন গগৈ উপস্থিত থাকে ।
Romanized Version
প্ৰথম খবৰ,বালিপৰা,১১মে’: সমগ্ৰ ভাৰতবৰ্ষৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ বালিপৰা, চাৰিদুৱাৰ, ৰঙাপৰা অঞ্চলতো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দিৱস পালন কৰা হয় । বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত বালিপৰা মজলীয়া বিদ্যালয়ত আজি বিদ্যালয় কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত তথা বিদ্যালয়খনৰ প্ৰধান শিক্ষক দোলন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় বৃক্ষৰোপণ কাৰ্যসূচী । লগতে,বিজ্ঞান,প্ৰযুক্তি বিষয়ক কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা উপৰিও দিনটোৰ তাৎপৰ্য সন্দৰ্ভত এক আলোকপাত কাৰ্যসূচীও অনুষ্ঠিত কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ কণ -কণ ছাত্ৰ-ছাত্ৰীসকলে অংশগহণ কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু উদমাৰী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক শিশুৰঞ্জন গগৈ উপস্থিত থাকে ।Pratham Khawr Balipara 11meo Samagra Bharatabarshar Samantaralbhawe Aji Shonitpurar Balipara Chariduwar Rangapara Anchalato Bigyan Aru Prajuktibidya Diwas Palan Korea Hay Balipara Shikshakhandar Antargat Balipara Majaliya Bidyalayat Aji Bidyalay Kartripakshar Prishthaposhakatat Tatha Bidyalayakhanar Pradhan Shikshak DOLON Sharmar Sabhaptitbat Anushthit Korea Hay Briksharopan Karjasuchi Lagate Bigyan Prajukti Bishayak Quiz Aru Akasmik Baktrita Pratijogita Upario Dintor Tatparjya Sandarbhat Ec Alokpat Karjasuchio Anushthit Kare Anushthanat Bidyalayakhanar Kan Kan Chhatra Chhatrisakale Angshagahan Karar Lagate Bidyalayar Shikshak Shikshayitri Aru Udamari Mondal SAMAL Kendra Samanwayak Shishuranjan Gogoi Upasthit Thake
Likes  0  Dislikes
WhatsApp_icon

Vokal is India's Largest Knowledge Sharing Platform. Send Your Questions to Experts.

Related Searches:Bigyan Aru Prajuktibidya Diwas,Science And Technology Day,


vokalandroid